☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
হৃদয়হীনতা
(Assamese)
[
Roman:
hri.doy.hi.no.ta]
Contributed by:
Probodh Borah (প্ৰবোধ বৰা)
on 2011-01-02
1.
(Abstract Noun)
The act of inflict pain or suffering মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
English:
brutality
cruelty
inhumanity
savagery
Assamese:
অমানুষিকতা
অমানৱীয়তা
ক্ৰুৰতা
দয়াহীনতা
নিষ্ঠুৰতা
নিষ্ঠুৰত্ব
নিৰ্দ্দয়তা
নিৰ্দয়তা
নিৰ্মমতা
নিৰ্ম্মমত্ব
নৃশংসতা
নৃশংসত্ব
পাশৱিকতা
মনুষ্যত্বহীনতা
মমতাহীনতা
হৃদয়হীনতা
Bodo:
अनगारि आखु
Different POS:
a. Proper Adj.:
abusive
atrocious
barbaric
barbarous
bestial
...