Items in Creepers
1. Creepers(Common Noun-Common) A aromatic flower that blossoms in the Spring.
বসন্ত কালত অতি সুগন্ধি ফুল ধৰা এবিধ বনৰীয়া লতা৷
বসন্ত কালত অতি সুগন্ধি ফুল ধৰা এবিধ বনৰীয়া লতা৷
2. Creepers(Common Noun-Neuter) a legume which is used for animal fodder and human nutrition, especially in Brazil. It is also the source of concanavalin A.
দীঘম ছেঁইৰ ভিতৰত গুটি ধৰা এবিধ মাহ-জাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি মানুহ আৰু জন্তুৰ আহাৰ হিছাপে ব্যৱহাৰ কৰা হয়৷
দীঘম ছেঁইৰ ভিতৰত গুটি ধৰা এবিধ মাহ-জাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি মানুহ আৰু জন্তুৰ আহাৰ হিছাপে ব্যৱহাৰ কৰা হয়৷
3. Creepers(Common Noun-Common) Crescentia cujete, commonly known as the Calabash Tree, is species of flowering plant that is native to Central and South America. It is the national tree of St. Lucia.
পশ্চিম বঙ্গৰ লোক সংগীতত ব্যৱহৃত একতাৰা নামৰ বাদ্য ইয়াৰ পৰাই তৈয়াৰ কৰে৷
পশ্চিম বঙ্গৰ লোক সংগীতত ব্যৱহৃত একতাৰা নামৰ বাদ্য ইয়াৰ পৰাই তৈয়াৰ কৰে৷
Assamese: মধু মালতি,
Bodo: लाथा बिबार,