Subgroups of Botany
•Climbers(1)
•Creepers(4)
•Flowers(42)
•Fruits(52)
•Medicinal Plants(13)
•Plants(167)
•Spices(12)
•Tree(52)
•Vegetables(85)
•Creepers(4)
•Flowers(42)
•Fruits(52)
•Medicinal Plants(13)
•Plants(167)
•Spices(12)
•Tree(52)
•Vegetables(85)
Items in Botany
1. Botany(Material Noun-Neuter) The fine powderlike material that is produced by the anthers of seed plants.
ফুলৰ পুংস্তৱকৰ পৰা নিৰ্গত কণিকা
ফুলৰ পুংস্তৱকৰ পৰা নিৰ্গত কণিকা
Assamese: কিঞ্জল, পুষ্পৰজ, পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু, ৰেণু,
Bodo: पराग, हायना गुन्द्रा,
Meeteilon: leireek,
2. Botany(Material Noun-Neuter) reproductive organ of angiosperm plants especially one having showy or colorful parts
পুষ্পধাৰী গছৰ প্ৰজনন অঙ্গ, বিশেষকৈ দেখনিয়াৰ বা ৰঙীন অংশ
পুষ্পধাৰী গছৰ প্ৰজনন অঙ্গ, বিশেষকৈ দেখনিয়াৰ বা ৰঙীন অংশ
Assamese: কুসুম, পুষ্প, পুষ্পক, প্ৰসুন, প্ৰসূন, ফুল, মণীবক, মুঞ্জৰি, সুমন,
Bodo: बिबार,
Mising: appun,
Khasi: u syntiew,
Meeteilon: lei,
Mizo (Lushai): pangpar,
Karbi: mir, sintu,
Hmar: parte,
Nagamese: phul,
Dimasa: bubar, khim, khum,
Tai: ব্লক,
Bangla: কুসুম,
Nepali: फूल, भुसुनो,
Rabha: পাৰ,
Tiwa: khum, par,
Deori: ইবাঁ,
3. Botany(Material Noun-Neuter) Grounds laid out with flowers, trees, and ornamental shrubs and used for recreation or display
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
ফুল, গছ আৰু শুৱনী জোপোহাৰে আবৃত আৰু অৱসৰ বিনোদন অথবা প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা ঠাই
Assamese: উদ্যান, উপবন, কানন, কুসুম-কানন, পাৰ্ক, পুষ্পবন, পুষ্পবাটিকা, পুষ্পবাটী, পুষ্পোদ্যান, প্ৰমোদ কানন, প্ৰমোদোদ্যান, ফুল-বাগান, ফুলনি, ফুলনিবাৰী, ফুলবাৰী, বাগান, বাগিচা, বাৰী, মালঞ্চ,
Bodo: फिथाय बागान, बागान, बागिहा, बिबार बारि,
Mising: punlek,
Meeteilon: leikol,
Karbi: badi, bari, biri, pai, pai-bari,
Hmar: huon,
Nagamese: bagan, bagisa,
Tai: ছুন্,
Hindi: कानन, बाड़ी,
Bangla: উদ্যান, গার্ডেন,
Nepali: सार्बजनिक बगैचा,
Deori: ইবান বাৰি, বাৰি,
Related Idea:
a. Common Noun-Common: gardener, উদ্যানপাল, উদ্যানপালক, উদ্যানৰক্ষক, বাৰীচোৱা...b. Common Noun-Neuter: arbor, arbour, উপবন, কুঞ্জ, কুঞ্জকানন...
4. Botany(Common Noun-Common &/or Masculine) A plant with a weak stem that derives support from climbing, twining, or creeping along a surface
গছ, দেৱাল অথৱা মাটিত বগাই থকা এবিধ তৃণ
গছ, দেৱাল অথৱা মাটিত বগাই থকা এবিধ তৃণ
Assamese: বল্লী, বল্লৰ, বল্লৰী, বীৰুধ, ব্ৰততী, লতা, লতিকা,
Bodo: लाथा,
Mising: ma:now, rvbv, so:rv,
Khasi: kiew,
Karbi: kejir, rikang, rilen,
Dimasa: biding, duka,
Tiwa: luthi,
Deori: বকলিবা,
Related Idea:
a. Common Noun-Neuter: plant, tree, অংহ্ৰিপ, অগচ্ছ, অটবী...b. Common Noun-Neuter: bush, shrub, গুল্ম, গুল্মিকা, ছোপ...
5. Botany(Common Noun) Any of various fleshy fungi of the class Basidiomycota, characteristically having an umbrella-shaped cap borne on a stalk, especially any of the edible kinds, as those of the genus Agaricus.
পাতল ঠাৰিৰ শীৰ্ষত ছাতিৰ আকৃতিৰ টুপি-সদৃশ অংশ থকা এবিধ ভেঁকুৰ। ইহঁতৰ কিছুমান প্ৰকাৰ খাদ্যৰূপেও গ্ৰহণ কৰা হয়।
পাতল ঠাৰিৰ শীৰ্ষত ছাতিৰ আকৃতিৰ টুপি-সদৃশ অংশ থকা এবিধ ভেঁকুৰ। ইহঁতৰ কিছুমান প্ৰকাৰ খাদ্যৰূপেও গ্ৰহণ কৰা হয়।

Assamese: অহিছত্ৰ, কন্দলীকুসুম, কাঠফুলা, কৱক, চূৰ্চুৰী, বেং-ছতা, বেংছটা, বেংছাটি, লাফু, শিলীন্ধ্ৰ,
Bodo: मैखुन,
Mising: ta:par,
Meeteilon: chengum,
Karbi: kimu, kumu,
Dimasa: mukum daosa (mushroom that grows on dry tree of bondaosa), mukum gasao (non-eatable variety that grows on cow-dung), mukum haplao (button mushroom), mukum jijai (a small eatable variety), mukum raoto (a hard eatable variety), mukum wasi, mukum wati, mukhum, mukhum daothu, mukhum warmai, mukum daodi (round or oval shaped),
Tiwa: mikhrim,
Deori: চ্চুমুজি,
Sub Idea:
a. Common Noun-Neuter: ধূলিয়ন...b. Common Noun: fungi, fungus, mould, ভেঁকুৰ, मैखुन...
6. Botany(Material Noun-Neuter) A swollen, fleshy, usually underground stem of a plant, such as the potato, bearing buds from which new plant shoots arise.
মাটিৰ তলত গজা উদ্ভিদৰ ঘূৰণীয়া মূল
মাটিৰ তলত গজা উদ্ভিদৰ ঘূৰণীয়া মূল
Assamese: কন্দ, টেপু, পেতা, স্ফীতকাণ্ড,
Bodo: बल्ब,
Mising: ali-a:ye,
Meeteilon: maru,
Karbi: Phurui,
Bangla: কন্দ, স্ফীতকাণ্ড,
Deori: তেপু,
Related Idea:
a. Abstract Noun-Neuter: bulbil, প্ৰজনন কন্দিকা...
7. Botany(Material Noun-Neuter) a sharp pointed tip on a plant, stem or leaf.
উদ্ভিদ, কাণ্ড বা পাতৰ জোঙাল শীৰ্ষ বা আগ।
উদ্ভিদ, কাণ্ড বা পাতৰ জোঙাল শীৰ্ষ বা আগ।

Assamese: কণ্টক, কাঁইট, কাঁটা, তৰুনখ, মঘা, হুল,
Bodo: सु,
Mising: along, ta:ng,
Meeteilon: Tingkhang,
Karbi: angsu, ingsu,
Dimasa: jilik, busuh,
Tai: নাম্,
Hindi: कंटक, कांटा,
Deori: গুজু,
8. Botany(Common Noun-Common) Any of various chiefly aquatic, eukaryotic, photosynthetic organisms, ranging in size from single-celled forms to the giant kelp. Algae were once considered to be plants but are now classified separately because they lack true roots, stems, leaves, and embryos
জেকা ঠাইত হোৱা সেউজীয়া বৰণৰ এবিধ সৰু সৰু উদ্ভিদ৷
জেকা ঠাইত হোৱা সেউজীয়া বৰণৰ এবিধ সৰু সৰু উদ্ভিদ৷
Assamese: শেলাই, শেলুৱৈ, শৈবাল,
Karbi: chupan,
Dimasa: dirimmah,
Bangla: শৈবাল, শ্যাওলা,
9. Botany(Material Noun-Neuter) a small, close group or cluster, esp. of small plants or shrubs.
ঘনকৈ গজি উপৰা-ওপৰিকৈ হৈ থকা বাঁহ আদি গছৰ হাবি৷
ঘনকৈ গজি উপৰা-ওপৰিকৈ হৈ থকা বাঁহ আদি গছৰ হাবি৷
10. Botany(Proper Adj.-Common) trees having green leaves throughout the year
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
গোটেই বছৰ সেউজীয়া হৈ থকা উদ্ভিদ
Assamese: চিৰসেউজ, চিৰসেউজী, চিৰসেউজীয়া, চিৰহৰিৎ, দুৰ্জৰ,
Nepali: चिरसेउज, पर्णपाती, सदाबहार,
Antonyms:
a. Proper Adj.-Neuter: deciduous, পৰ্ণপাতী, बिलाइ सिरिनाय...
Assamese: পৰ্ণপাতী,
Bodo: बिलाइ सिरिनाय,
Antonyms:
a. Proper Adj.-Common: evergreen, চিৰসেউজ, চিৰসেউজী, চিৰসেউজীয়া, চিৰহৰিৎ...
12. Botany(Common Noun) Spongy morbid organism of the kingdom of eukaryotic organisms that feeds on organic matter. Mushrooms, molds and yeasts are different kinds of fungus
য়ুকেৰিয়ট বংশৰ একধৰণৰ এককোষী বা বহুকোষী জীৱ| কাঠফুলা,ইষ্ট আদিবোৰ ভেঁকুৰৰ বিভিন্ন প্ৰকাৰ
য়ুকেৰিয়ট বংশৰ একধৰণৰ এককোষী বা বহুকোষী জীৱ| কাঠফুলা,ইষ্ট আদিবোৰ ভেঁকুৰৰ বিভিন্ন প্ৰকাৰ
Assamese: ভেঁকুৰ,
Bodo: मैखुन,
Mising: argom, ta:par, target,
Deori: পেপেলৌ,
Different POS:
a. Proper Adj.: moldy, mould, mouldy, ফেকুন্দা, ভেঁকুৰা...Sub Idea:
b. Common Noun: mushroom, toadstool, অহিছত্ৰ, কন্দলীকুসুম, কাঠফুলা...
13. Botany(Abstract Noun-Neuter) The arrangement of the leaves on the shoot of a plant. The basic patterns are alternate, opposite, whorled or spiral.
14. Botany(Abstract Noun-Neuter) Outgrowths borne on either side of the base of a leafstalk (the petiole). A pair of stipules is considered part of the anatomy of the leaf of a typical flowering plant.
পাতৰ ঠাৰিৰ গুৰিত গজা সৰু পাত
পাতৰ ঠাৰিৰ গুৰিত গজা সৰু পাত
15. Botany(Material Noun-Neuter) A young tree; a new growth from a germinating seed.
গুটি বা বীজ অঙ্কুৰিত হৈ নতুনকৈ গজা গছৰ পুলি।
গুটি বা বীজ অঙ্কুৰিত হৈ নতুনকৈ গজা গছৰ পুলি।

Assamese: অংকুৰ, অঙ্কুষ, অঙ্কুৰ, কোঁৱৰা, গজালি, গাঁজ, থোৰ, পোখা, মঞ্জৰি, মঞ্জৰী,
Mising: otsur,
Meeteilon: kaapa,
Bishnupriya Manipuri: খেং,
Karbi: aklim,
Dimasa: bophangsa,
Tai: ন-অন্, ফান্ মা,
Hindi: अ़ंकुर,
Nepali: अकुंर, बिरुवा,
Deori: গজালি, জুগাৰুবা, পুকা,
Related Idea:
a. Material Noun-Neuter: seed, অষ্ঠীলা, গুটি, বিধান, বীজ...
16. Botany(Common Noun) an annual plant, a plant which dies after the fruit is ripe. Banana, Rice etc.
এবাৰ ফল দি মৰি যোৱা গছ৷ যেনে; কল গছ, ধান গছ ইত্যাদি৷
এবাৰ ফল দি মৰি যোৱা গছ৷ যেনে; কল গছ, ধান গছ ইত্যাদি৷
Assamese: ওষধি গছ,
Related Idea:
a. Verbal Adj.: medicative, medicinal, ঔষধি, ঔষধীয়, কুচিৰিয়...
17. Botany(Common Noun) any of numerous succulent plants of the family Cactaceae, of warm, arid regions of the New World, having fleshy, leafless, usually spiny stems, and typically having solitary, showy flowers.
শুকান মৰু অঞ্চলত হোৱা এবিধ পাত নথকা উদ্ভিদ৷ ইয়াৰ পাত আৰু কাণ্ড অংশ লাগি গছ শকত হয় আৰু গাত কাঁইট থাকে৷
শুকান মৰু অঞ্চলত হোৱা এবিধ পাত নথকা উদ্ভিদ৷ ইয়াৰ পাত আৰু কাণ্ড অংশ লাগি গছ শকত হয় আৰু গাত কাঁইট থাকে৷

Assamese: কেকটাচ, সাগৰ ফেনা,
Bodo: केकटास,
Karbi: mirdo,
Dimasa: shujigeper,
Nepali: सिउडी,
18. Botany(Abstract Noun) A tract of land covered with thatching grass.
উলূ নাইবা বৰতানিৰে আবৰি থকা ডাঙৰ পথাৰ ৷
উলূ নাইবা বৰতানিৰে আবৰি থকা ডাঙৰ পথাৰ ৷
19. Botany(Common Noun-Common) A species of grass growing in water. It has a slender stem with small stings on it`s body & leafs.
পথাৰ বা দ মাটিত উৎপন্ন হোৱা এবিধ ক্ষীণ ঘাঁহ ৷ ইয়াৰ গা আৰু পাতত শুং আছে, ই মানুহৰ গাত লাগিলে আঁচুৰে ৷
পথাৰ বা দ মাটিত উৎপন্ন হোৱা এবিধ ক্ষীণ ঘাঁহ ৷ ইয়াৰ গা আৰু পাতত শুং আছে, ই মানুহৰ গাত লাগিলে আঁচুৰে ৷
20. Botany(Material Noun-Neuter) the part of a flower that contains pollen.
ফুলৰ পুং কেশৰৰ যিটো অঙ্গত পৰাগ ৰেণুবোৰ থাকে৷
ফুলৰ পুং কেশৰৰ যিটো অঙ্গত পৰাগ ৰেণুবোৰ থাকে৷
21. Botany(Material Noun-Neuter) The heart of a plantain tree.
থোক মেলা কল গছৰ মাজৰ ডিলা বা সাৰ অংশ ৷
থোক মেলা কল গছৰ মাজৰ ডিলা বা সাৰ অংশ ৷

Assamese: থুৰি,
Bodo: खिलिनाय,
Meeteilon: leigi mayol, maton,
23. Botany(Material Noun-Neuter) the long slender tubes that develop from germinated spores and form the structural parts of the body of a fungus.
ভেঁকুৰৰ দেহ গঠনকাৰী দীঘল আৰু লাহী সূত্ৰ।
ভেঁকুৰৰ দেহ গঠনকাৰী দীঘল আৰু লাহী সূত্ৰ।
24. Botany(Material Noun-Neuter) a rudimentary root in the embryo
উদ্ভিদৰ ভ্ৰূণৰ এটা অংশ, যাৰ পৰা পিছলৈ শিপাৰ সৃষ্টি হয়
উদ্ভিদৰ ভ্ৰূণৰ এটা অংশ, যাৰ পৰা পিছলৈ শিপাৰ সৃষ্টি হয়
25. Botany(Material Noun-Neuter) the mass of hyphae that form the vegetative part of a fungus.
একোটা ভেঁকুৰৰ দেহ গঠনকাৰী আটাইবোৰ অনুসূত্ৰ একেলগে৷
একোটা ভেঁকুৰৰ দেহ গঠনকাৰী আটাইবোৰ অনুসূত্ৰ একেলগে৷
26. Botany(Material Noun-Neuter) a small, double-membraned organelle of plant cells occurring in several varieties, as the chloroplast, and often containing pigments
উদ্ভিদ কোষৰ কোষ প্ৰৰসত ডুব গৈ থকা এবিধ ডিম্বাকৃতি কোষাংগিকা, যাৰ ভিতৰত বিভিন্ন ৰঞ্জক পোৱা যায়
উদ্ভিদ কোষৰ কোষ প্ৰৰসত ডুব গৈ থকা এবিধ ডিম্বাকৃতি কোষাংগিকা, যাৰ ভিতৰত বিভিন্ন ৰঞ্জক পোৱা যায়
27. Botany(Material Noun-Neuter) a plastid containing coloring matter other than chlorophyll.
পত্ৰহৰিতৰ বাহিৰে অন্য ৰঞ্জক পদাৰ্থ, যেনেঃ কেৰাটিন, জেন্থ’ফিল, এন্থ’চায়ানিন্ আদি থকা প্লাষ্টিড।
পত্ৰহৰিতৰ বাহিৰে অন্য ৰঞ্জক পদাৰ্থ, যেনেঃ কেৰাটিন, জেন্থ’ফিল, এন্থ’চায়ানিন্ আদি থকা প্লাষ্টিড।
28. Botany(Material Noun-Neuter) a plastid containing chlorophyll.
উদ্ভিদ কোষৰ ভিতৰত থকা পত্ৰহৰিৎ যুক্ত প্লাষ্টিড।
উদ্ভিদ কোষৰ ভিতৰত থকা পত্ৰহৰিৎ যুক্ত প্লাষ্টিড।

Assamese: হৰিৎকণা,
Related Idea:
a. Material Noun-Neuter: chlorophyl, chlorophyll, পত্ৰহৰিৎ...
29. Botany(Material Noun-Neuter) the female reproductive organ of flowering plants, consisting of an ovary, style (sometimes absent), and stigma. The carpels are separate or fused to form a single pistil
গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ডৰে গঠিত সপুষ্পক উদ্ভিদৰ স্ত্ৰী প্ৰজনন অংগ৷ ইবিলাক বেলেগে বেলেগে থাকে অথবা পৰস্পৰ লগ লাগি স্ত্ৰীস্তৱকৰ সৃষ্টি কৰে৷
গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ডৰে গঠিত সপুষ্পক উদ্ভিদৰ স্ত্ৰী প্ৰজনন অংগ৷ ইবিলাক বেলেগে বেলেগে থাকে অথবা পৰস্পৰ লগ লাগি স্ত্ৰীস্তৱকৰ সৃষ্টি কৰে৷
30. Botany(Abstract Noun) the process of formation of a small, rounded outgrowth produced from cell by a process of asexual reproduction commonly observed in certain lower plants, eventually separating from the parent cell as a new individual
কিছুমান নিম্নখাপৰ অপুষ্পক উদ্ভিদৰ পৈণত অৱস্থাত দেহকোষৰ পৰা একোটা সৰু টেমুনা ওলাই শেষত মাতৃকোষৰ পৰা পৃথক হৈ নতুন অপত্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া
কিছুমান নিম্নখাপৰ অপুষ্পক উদ্ভিদৰ পৈণত অৱস্থাত দেহকোষৰ পৰা একোটা সৰু টেমুনা ওলাই শেষত মাতৃকোষৰ পৰা পৃথক হৈ নতুন অপত্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া
31. Botany(Material Noun-Neuter) a mass of hard protective tissue produced in woody plants at the site of an injury
কাঠ-গছৰ আঘাত-প্ৰাপ্ত অংশত সৃষ্টি হোৱা কঠিন কলাৰ এক থূপ, যি কাষৰ কলাসমূহক ৰক্ষা কৰে
কাঠ-গছৰ আঘাত-প্ৰাপ্ত অংশত সৃষ্টি হোৱা কঠিন কলাৰ এক থূপ, যি কাষৰ কলাসমূহক ৰক্ষা কৰে
32. Botany(Material Noun-Neuter) a hollow tubular outgrowth that develops from a pollen grain after pollination, grows down the style to the ovule, and conveys male gametes to the egg cell
পৰাগ-যোগৰ পিছত অংকুৰণৰ সময়ত পৰাগৰেণুৰ অন্তস্তক বহিস্তকত থকা ৰন্ধ্ৰই দি যি নলিকাৰ আকাৰে ওলাই আহি গৰ্ভদণ্ডৰ মাজেদি সোমাই যায়
পৰাগ-যোগৰ পিছত অংকুৰণৰ সময়ত পৰাগৰেণুৰ অন্তস্তক বহিস্তকত থকা ৰন্ধ্ৰই দি যি নলিকাৰ আকাৰে ওলাই আহি গৰ্ভদণ্ডৰ মাজেদি সোমাই যায়
33. Botany(Material Noun-Neuter) the primary or rudimentary leaf of the embryo of seed plants
বীজযুক্ত উদ্ভিদৰ ভ্ৰূণ বা অঙ্কুৰৰ প্ৰাথমিক বা অবিকশিত পাত
বীজযুক্ত উদ্ভিদৰ ভ্ৰূণ বা অঙ্কুৰৰ প্ৰাথমিক বা অবিকশিত পাত
34. Botany(Proper Noun-Neuter) plant tissue consisting of ducts or vessels, that, in the higher plants, forms the system (vascular system) by which sap is conveyed through the plant
নলী আৰু সিৰাৰে গঠিত উদ্ভিদ কলা, যি উচ্চস্তৰীয় উদ্ভিদৰ ক্ষেত্ৰত ৰস বহনকাৰী তন্ত্ৰ গঠিত কৰে
নলী আৰু সিৰাৰে গঠিত উদ্ভিদ কলা, যি উচ্চস্তৰীয় উদ্ভিদৰ ক্ষেত্ৰত ৰস বহনকাৰী তন্ত্ৰ গঠিত কৰে
35. Botany(Common Noun-Neuter) a phylum of plants of very diverse habit and structure, including the algae, fungi, and lichens.
শেলাই, ভেঁকুৰ আৰু লাইকেন আদিৰে গঠিত উদ্ভিদৰ এক পৰ্ব বা বিভাগ ৷
শেলাই, ভেঁকুৰ আৰু লাইকেন আদিৰে গঠিত উদ্ভিদৰ এক পৰ্ব বা বিভাগ ৷
36. Botany(Common Noun-Neuter) a simple vegetative body undifferentiated into true leaves, stem, and root, ranging from an aggregation of filaments to a complex plantlike form.
কাণ্ড, ডাল, পাত, মূল আদিৰ দৰে অংগ নথকা, কলা বিভাজন নোহোৱা উদ্ভিদৰ এক সৰল দেহ-গঠন ৷
কাণ্ড, ডাল, পাত, মূল আদিৰ দৰে অংগ নথকা, কলা বিভাজন নোহোৱা উদ্ভিদৰ এক সৰল দেহ-গঠন ৷
37. Botany(Common Noun-Neuter) a large air-filled intercellular space in some aquatic plants
কেতবোৰ জলজ উদ্ভিদত থকা বায়ু-ভৰ্ত্তি আন্তঃকোষীয় খালী ঠাই
কেতবোৰ জলজ উদ্ভিদত থকা বায়ু-ভৰ্ত্তি আন্তঃকোষীয় খালী ঠাই
38. Botany(Common Noun-Neuter) plant tissue with large air-filled spaces, which is typical of aquatic plants and allows air to reach waterlogged parts.
বায়ু-কোষ্ঠ বা বায়ু-গহ্বৰ থকা উদ্ভিদ কলা, সাধাৰণতে জলজ উদ্ভিদৰ এক বৈশিষ্ট্য, যি পানী-বন্ধ অংশসমূহলৈ বায়ু চলাচল হোৱাত চহায় কৰে৷
বায়ু-কোষ্ঠ বা বায়ু-গহ্বৰ থকা উদ্ভিদ কলা, সাধাৰণতে জলজ উদ্ভিদৰ এক বৈশিষ্ট্য, যি পানী-বন্ধ অংশসমূহলৈ বায়ু চলাচল হোৱাত চহায় কৰে৷
39. Botany(Common Noun-Neuter) the long thin root of a plant arising from the main root of a plant
গছৰ গুৰিৰ মূল শিপাৰ পৰা বাঢ়ি গৈ আঁতৰলৈ বিয়পি পৰা সূতাৰ নিচিনা শিপা
গছৰ গুৰিৰ মূল শিপাৰ পৰা বাঢ়ি গৈ আঁতৰলৈ বিয়পি পৰা সূতাৰ নিচিনা শিপা
40. Botany(Proper Noun-Neuter) a tropical plant, Maranta arundinacea, the rhizomes of which yield a nutritious starch
পাটীদৈ গছৰ পাতৰ নিচিনা পাত থকা এবিধ চুটি-চাপৰ বনগছৰ গোটা, দীঘলীয়া আলু
পাটীদৈ গছৰ পাতৰ নিচিনা পাত থকা এবিধ চুটি-চাপৰ বনগছৰ গোটা, দীঘলীয়া আলু
41. Botany(Verbal Noun) voluntary sacrifice or denial of oneself, as for an ideal or another person
কোনো আদৰ্শ বা দাবীৰ সমৰ্থনত নিজকে উছৰ্গা কৰা (বা মৃত্যু বৰণ কৰা) কাৰ্য্য
কোনো আদৰ্শ বা দাবীৰ সমৰ্থনত নিজকে উছৰ্গা কৰা (বা মৃত্যু বৰণ কৰা) কাৰ্য্য
42. Botany(Material Noun-Neuter) An outermost-but-one whorl of a flower, composed of petals.
এপাহ ফুলৰ পাহি বা দলসমূহৰ সমষ্টি, ফুলৰ এটা চক্ৰ৷
এপাহ ফুলৰ পাহি বা দলসমূহৰ সমষ্টি, ফুলৰ এটা চক্ৰ৷
43. Botany(Material Noun-Neuter) The sepals of a flower, typically forming a whorl that encloses the petals and forms a protective layer around a flower in bud.
ফুলক কলি অৱস্থাত সুৰক্ষা প্ৰদান কৰা সেউজীয়া ৰূপান্তৰিত পত্ৰ বা বৃতিৰ সমষ্টি; এপাহ ফুলৰ একেবাৰে বাহিৰৰ চক্ৰ৷
ফুলক কলি অৱস্থাত সুৰক্ষা প্ৰদান কৰা সেউজীয়া ৰূপান্তৰিত পত্ৰ বা বৃতিৰ সমষ্টি; এপাহ ফুলৰ একেবাৰে বাহিৰৰ চক্ৰ৷
44. Botany(Material Noun-Neuter) A graphic representation of flower structure. It shows the number of floral organs, their arrangement and fusion. Different parts of the flower are represented by their respective symbols.
এপাহ ফুলৰ বিভিন্ন অংগ আৰু গঠন নিৰ্দিষ্ট সংকেটৰ দ্বাৰা প্ৰদৰ্শন কৰা লৈখিক চিত্ৰ৷ এনে চিত্ৰত ফুলৰ বিভিন্ন অংগৰ সংখ্যা, সাজোন, লিংগ আদি সকলো তথ্য প্ৰদৰ্শন কৰা হয়৷
এপাহ ফুলৰ বিভিন্ন অংগ আৰু গঠন নিৰ্দিষ্ট সংকেটৰ দ্বাৰা প্ৰদৰ্শন কৰা লৈখিক চিত্ৰ৷ এনে চিত্ৰত ফুলৰ বিভিন্ন অংগৰ সংখ্যা, সাজোন, লিংগ আদি সকলো তথ্য প্ৰদৰ্শন কৰা হয়৷
45. Botany(Common Noun-Common) Phallus indusiatus, commonly called the bamboo fungus, bamboo pith, long net stinkhorn, crinoline stinkhorn or veiled lady, is a fungus in the family Phallaceae, or stinkhorns.
এবিধ বগা আঁঠুৱা সদৃশ ভেঁকুৰ(বেংচতা)৷ থাইলেণ্ড আদি দেশৰ খাদ্য৷ বৰ পুষ্টিকৰ৷
এবিধ বগা আঁঠুৱা সদৃশ ভেঁকুৰ(বেংচতা)৷ থাইলেণ্ড আদি দেশৰ খাদ্য৷ বৰ পুষ্টিকৰ৷

Assamese: আলখনী, আলশনী, আলষনী, বাৰী বামুণী, যখিনী ভেঁকুৰ,
46. Botany(Common Noun-Common) The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.
গুল্ম জাতীয় গছ বিশেষ৷
গুল্ম জাতীয় গছ বিশেষ৷

Assamese: ধপাত তিতা, ধেপাই তিতা, ভুঁই তিতা, ভেট মালি গছ, ভেটকি তিতা, ভেডে তিতা,
47. Botany(Common Noun-Common) A grass species which is often used as permanent pasture. Common names include caratao grass, common carpet grass, and Louisiana grass in United States, and mat grass, narrow-leaved.
দলিচা হি়চাপে শুৱনী কৰিবলৈ ৰোৱা ঘাঁহ৷
দলিচা হি়চাপে শুৱনী কৰিবলৈ ৰোৱা ঘাঁহ৷

Assamese: কাইচা bo , কাহীবন, কাৰ্পেট ঘাঁহ,
48. Botany(Abstract Noun) Arrangement of flowers on plant
শাখাত ফুলৰ সাজোন প্ৰণালী৷ ই কাণ্ডৰ একেবাৰে মূৰত অথবা পাতৰ কক্ষত থাকিব পাৰে৷
শাখাত ফুলৰ সাজোন প্ৰণালী৷ ই কাণ্ডৰ একেবাৰে মূৰত অথবা পাতৰ কক্ষত থাকিব পাৰে৷
49. Botany(Abstract Noun) A form of asexual reproduction of a plant. Only one plant is involved and the offspring is the result of one parent.
51. Botany(Material Noun-Neuter) the part of the flower that surrounds the growing bud, often found at the base of the bloom
52. Botany(Material Noun-Neuter) The nutritious part of the seed
বীজৰ ভিতৰত থকা পুষ্টিদ্ৰব্যযুক্ত অংশ
বীজৰ ভিতৰত থকা পুষ্টিদ্ৰব্যযুক্ত অংশ