Items in Surname
2. Surname(Common Noun-Common) The chief of the three ministers of the Ahom kings
আহোম ৰজাৰ তিনিজনা মন্তীৰ জ্যেষ্ঠজন
আহোম ৰজাৰ তিনিজনা মন্তীৰ জ্যেষ্ঠজন
Assamese: বুঢ়াগোহাঁই,
Related Idea:
a. Proper Noun-Masculine: Borgohain, বৰগোহাঁই, বৰগোহাঞি, চাও থাও লুং...
3. Surname(Common Noun-Common) An official (and their surnames) of the miniterial court of the Ahom Kingdom, responsible for bookkeeping and documentation of court proceedings.
আহোম ৰজাৰ ৰাজসভাৰ নথিপত্ৰ সুকলমে ৰখা বিষয়া৷
আহোম ৰজাৰ ৰাজসভাৰ নথিপত্ৰ সুকলমে ৰখা বিষয়া৷
4. Surname(Common Noun-Common) An official (now a surname) of varied responsibilities in the Ahom Kingdom.
আহোম ৰজাৰ দিনত বিষয়াসকলৰ উপাধি৷
আহোম ৰজাৰ দিনত বিষয়াসকলৰ উপাধি৷
5. Ekasarana DharmaSurname(Common Noun-Common) a person who care and supervision of a "Vaishnavite Namghar". It is also used as a surname in Assam by their descendants.
নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
নামঘৰৰ তত্ত্বাৱধায়ক, পুৱা-গধূলি নামঘৰত চাকি জ্বলোৱা, নামঘৰ পৰিষ্কাৰ কৰি ৰখা ব্যক্তি ৷
6. Surname(Proper Noun-Common) a surname used by certain higher families of the Ahoms.
ৰজা,বৰ গোঁহাই,বুঢ়া গোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বাহিৰে আন সাতঘৰীয়া আৰু ভদ্ৰ শ্ৰেনীৰ আহোমৰ উপাধি ।
ৰজা,বৰ গোঁহাই,বুঢ়া গোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বাহিৰে আন সাতঘৰীয়া আৰু ভদ্ৰ শ্ৰেনীৰ আহোমৰ উপাধি ।
7. Surname(Proper Noun) An officer over twenty Paiks or labourers during the Ahom king.now it is a surname of Assam.
আহোম ৰজাৰ দিনত কুৰি জন কাঁড়ীৰ ওপৰত থকা বিষয়া।বৰ্তমান অসমৰ এটা উপাধি।
আহোম ৰজাৰ দিনত কুৰি জন কাঁড়ীৰ ওপৰত থকা বিষয়া।বৰ্তমান অসমৰ এটা উপাধি।
8. Surname(Proper Noun-Common) A title conferered by the Ahom king on a headman of a class of common people or labourers.now it is a surname of Assam.
কোনো এক শ্ৰেনী পাইক বা সাধাৰণ মানুহৰ ভিতৰৰ এজন মুখিয়াল মানুহক আহোম ৰজাই দিয়া উপাধি । বৰ্তমান অসমৰ এটা উপাধি ।
কোনো এক শ্ৰেনী পাইক বা সাধাৰণ মানুহৰ ভিতৰৰ এজন মুখিয়াল মানুহক আহোম ৰজাই দিয়া উপাধি । বৰ্তমান অসমৰ এটা উপাধি ।
9. Surname(Proper Noun-Common) one who reads out religious books in public. Now it is a surname of Assam.
10. Surname(Proper Noun-Common) A surname of Brahmins.
ব্ৰাহ্মিণ লোকৰ নামৰ পাছত যোগ কৰা শব্দ ।এটা উপাধি
ব্ৰাহ্মিণ লোকৰ নামৰ পাছত যোগ কৰা শব্দ ।এটা উপাধি
11. Surname(Common Noun-Common) An officer over one hundred men at the of Ahom kings,a centurian.
আহোম ৰাজত্বৰ সময়ত এশ কাড়ীঁৰ ওপৰৰ বিষয়া ।বৰ্তমান অসমৰ এটা উপাধি ।
আহোম ৰাজত্বৰ সময়ত এশ কাড়ীঁৰ ওপৰৰ বিষয়া ।বৰ্তমান অসমৰ এটা উপাধি ।
12. Surname(Common Noun-Common) An officer over one thousand men at the time of Ahom kings.now a familt title/ surname.
আহোমৰ দিনত এহেজাৰ কাঁড়ীৰ ওপৰৰ বিষয়া ।উপাধিবিশেষ ।
আহোমৰ দিনত এহেজাৰ কাঁড়ীৰ ওপৰৰ বিষয়া ।উপাধিবিশেষ ।
13. Surname(Proper Noun-Common) A class of the Kachari people who were engaged in washing gold from river-sand for the Ahom kings.Now it is a surname of Assam.
কছাৰি জাতিৰ এটা খেল ।তেওঁলোকে আহোম ৰজাৰ দিনত নৈৰ বালি ধুই সোণ উলিওৱা কাম কৰিছিল ।বৰ্তমান ই অসমৰ এটা উপাধি ।
কছাৰি জাতিৰ এটা খেল ।তেওঁলোকে আহোম ৰজাৰ দিনত নৈৰ বালি ধুই সোণ উলিওৱা কাম কৰিছিল ।বৰ্তমান ই অসমৰ এটা উপাধি ।
14. Surname(Proper Noun-Common) A land surveyor at the time of Ahom regime. Now it is a family title of Assam.
আহোম ৰজাৰ দিনৰ মাটি পিয়ল কৰা, ৰাজহ-সম্পৰ্কীয় এক শ্ৰেণীৰ বিষয়া ৷ বৰ্ত্তমান অসমৰ এটা উপাধি ।
আহোম ৰজাৰ দিনৰ মাটি পিয়ল কৰা, ৰাজহ-সম্পৰ্কীয় এক শ্ৰেণীৰ বিষয়া ৷ বৰ্ত্তমান অসমৰ এটা উপাধি ।
15. Surname(Proper Noun-Common) An officer in charge of a Taluk, a tax collection unit of Ahom Kingdom. Now it is a family title of Assam
তালুকৰ দায়িত্বত থকা বিষয়া ।বৰ্ত্তমান অসমৰ এটা উপাধি ।
তালুকৰ দায়িত্বত থকা বিষয়া ।বৰ্ত্তমান অসমৰ এটা উপাধি ।
16. Surname(Common Noun-Common) One of the sub-classes of the Assamese Sudra.
অসমৰ শূদ্ৰজাতিৰ এটা উপজাতি (ইয়াৰ দুটা শ্ৰেণী- বৰ কলিতা আৰু সৰু কলিতা)৷
অসমৰ শূদ্ৰজাতিৰ এটা উপজাতি (ইয়াৰ দুটা শ্ৰেণী- বৰ কলিতা আৰু সৰু কলিতা)৷
17. Surname(Common Noun-Common) The Nath community is an ancient one that is spread across India. People of this community have lived in Assam from ancient times.
নাথ-যোগী সকল সৰ্ব্বভাৰতীয় এটা প্ৰাচীন সম্প্ৰদায়। অসমত এই সম্প্ৰদায়ৰ লোক প্ৰাচীন কালৰ পৰা বাস কৰি আহিছে।
নাথ-যোগী সকল সৰ্ব্বভাৰতীয় এটা প্ৰাচীন সম্প্ৰদায়। অসমত এই সম্প্ৰদায়ৰ লোক প্ৰাচীন কালৰ পৰা বাস কৰি আহিছে।
18. Surname(Proper Noun) one of the royal physicians or chief medical officers of Ahom kingdom. Now a surname of Assam.
আহোম ৰাজত্বৰ সময়ত বেজবিলাকৰ মূল ব ঘাই বিষয়া৷ বৰ্তমান এটা উপাধি৷
আহোম ৰাজত্বৰ সময়ত বেজবিলাকৰ মূল ব ঘাই বিষয়া৷ বৰ্তমান এটা উপাধি৷
19. Surname(Proper Noun-Masculine) one of the three main ministers of the Ahom kings of Assam. Now it is a surname in Assam used by their descendants.
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
Assamese: বৰগোহাঁই, বৰগোহাঞি,
Tai: চাও থাও লুং,
Related Idea:
a. Common Noun-Common: buragohain, বুঢ়াগোহাঁই...
20. Surname(Proper Noun-Common &/or Masculine) the commander-in-chief of the Assanese army during the Ahom kingdom. Now, it is a surname used by their descendants in Assam.
আহোম ৰজাৰ আমোলত অসমীয়া সেনাৰ সেনা-প্ৰধান৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
আহোম ৰজাৰ আমোলত অসমীয়া সেনাৰ সেনা-প্ৰধান৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
21. Surname(Common Noun-Common) a Mouzadar of tha Darrang district in the days of early British rule, a family title.
বৃটিছৰ দিনৰ দৰং জিলাৰ মৌজাদাৰ৷ উপাধি বিশেষ ৷
বৃটিছৰ দিনৰ দৰং জিলাৰ মৌজাদাৰ৷ উপাধি বিশেষ ৷
22. Surname(Proper Noun-Common &/or Masculine) a surname among some Assamese people.
অসমীয়া লোকৰ এক উপাধি৷
অসমীয়া লোকৰ এক উপাধি৷
23. Surname(Proper Noun-Common &/or Masculine) a surname among some Assamese people.
এক অসমীয়া উপাধি৷
এক অসমীয়া উপাধি৷
24. Surname(Proper Noun-Common &/or Masculine) a surname in Assam, Bengal etc.
অসমকে ধৰি আন কোনো কোনো ৰাজ্যৰ কিছুলোকে ব্যৱহাৰ কৰা এক উপাধি৷
অসমকে ধৰি আন কোনো কোনো ৰাজ্যৰ কিছুলোকে ব্যৱহাৰ কৰা এক উপাধি৷
25. Surname(Common Noun-Common) A high profile official of the Ahom king. Currently a surname.
আহোম ৰজাৰ এজন উচ্চ খাপৰ বিষয়া
আহোম ৰজাৰ এজন উচ্চ খাপৰ বিষয়া
26. Surname(Common Noun-Common) one of the three main ministers of the Ahom kings of Assam. Now it is a surname in Assam used by their descendants.
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
27. Surname(Common Noun-Common) The in-charge of the explosive storage.
আহোম ৰজাৰ খাৰ ঘৰৰ মূল বিষয়া৷
আহোম ৰজাৰ খাৰ ঘৰৰ মূল বিষয়া৷
28. Surname(Common Noun-Common &/or Masculine) A priest of a Satra, or a Vaisnavite seminary. An Assamese surname.
31. Surname(Common Noun-Common) A official of Ahom King who practiced and arranged wrestling sports.
আহোম ৰজাৰ দিনৰ মল্ল যুদ্ধ আয়োজন কৰা বিষয়া৷ অসমৰ উপাধি বিশেষ৷
আহোম ৰজাৰ দিনৰ মল্ল যুদ্ধ আয়োজন কৰা বিষয়া৷ অসমৰ উপাধি বিশেষ৷
32. Surname(Common Noun-Common) A clan of the Deuris. This clan is believed to be lost.
দেউৰিসকলৰ এটা হেৰাই যোৱা ফৈদ৷
দেউৰিসকলৰ এটা হেৰাই যোৱা ফৈদ৷
36. Surname(Common Noun-Common) A popular surname among Assamese and Bengalis
অসমীয়া আৰু বঙালী লোকৰ এক উপাধি বিশেষ
অসমীয়া আৰু বঙালী লোকৰ এক উপাধি বিশেষ
38. Surname(Abstract Noun) Today a title. A dynasty of Assam in midle age. Srimanta sankardev is from this dynasty and originated frm Kannauj.
আজিকালি এটা উপাধি৷ মধ্যযুগৰ অসমৰ এটি ৰাজবংশ৷ শংকৰদেৱৰ আদিপুৰুষ বাৰভূঞাসকল কান্যকুব্জৰ পৰা আহিছিল৷
আজিকালি এটা উপাধি৷ মধ্যযুগৰ অসমৰ এটি ৰাজবংশ৷ শংকৰদেৱৰ আদিপুৰুষ বাৰভূঞাসকল কান্যকুব্জৰ পৰা আহিছিল৷
39. Surname(Abstract Noun) A post in Ahom Kingdom. Now, a title.
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
43. Surname(Abstract Noun) a title of Muslim priest.
পণ্ডিত মুচলমানসকলৰ উপাধিবিশেষ (মোল্লা নাচিৰুদ্দিন)৷
পণ্ডিত মুচলমানসকলৰ উপাধিবিশেষ (মোল্লা নাচিৰুদ্দিন)৷
44. Surname(Abstract Noun) A post in Ahom Kingdom. Now, a title.
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
45. Surname(Abstract Noun) A post in Ahom Kingdom. Now, a title.
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
46. Surname(Abstract Noun) A post in Ahom Kingdom. Now, a title.
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷আহোম সকলৰ চোমদেও মূৰ্ত্তিৰ পূজাৰ কাৰ্য কৰা পুৰোহিতসকলৰ এটা খেল চিৰিং, এই খেলৰ প্ৰধান জনক ‘চিৰিংফুকন’ বোলা হয়৷
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷আহোম সকলৰ চোমদেও মূৰ্ত্তিৰ পূজাৰ কাৰ্য কৰা পুৰোহিতসকলৰ এটা খেল চিৰিং, এই খেলৰ প্ৰধান জনক ‘চিৰিংফুকন’ বোলা হয়৷
47. Surname(Abstract Noun) A title among the tea tribes of Assam.
অসমৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা উপাধি৷
অসমৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এটা উপাধি৷
48. Surname(Common Noun-Common) An ancient Indian sage. Now-a-days, a general title.
পৌৰাণিক ভাৰতৰ এজন ঋষি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
পৌৰাণিক ভাৰতৰ এজন ঋষি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
49. Surname(Common Noun-Common) A title given to a person having knowledge on Sanskrit grammer. Now-a-days, a general title.
সংস্কৃত ব্যাকৰণত দখল থকা ব্যক্তিক দিয়া আনুষ্ঠানিক উপাধি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
সংস্কৃত ব্যাকৰণত দখল থকা ব্যক্তিক দিয়া আনুষ্ঠানিক উপাধি৷ আজিকালি বংশানুক্ৰমিক ভাৱে লিখা উপাধি৷
50. Surname(Common Noun-Common) A major community in Assamese society. It is a title also.
অসমীয়া সমাজৰ উল্লেখযোগ্য সম্প্ৰদায়৷ এটা উপাধি৷
অসমীয়া সমাজৰ উল্লেখযোগ্য সম্প্ৰদায়৷ এটা উপাধি৷
51. Surname(Abstract Noun) added after someone`s name to adress him in respect.
কোনো ব্যক্তিক সন্মান সহকাৰে সম্বোধন কৰোতে নামৰ শেষত যোগ দিয়া হয়৷ যেনে- -বৰুৱা দেৱক দুআষাৰ কবলৈ অনুৰোধ জনালোঁ৷
কোনো ব্যক্তিক সন্মান সহকাৰে সম্বোধন কৰোতে নামৰ শেষত যোগ দিয়া হয়৷ যেনে- -বৰুৱা দেৱক দুআষাৰ কবলৈ অনুৰোধ জনালোঁ৷
52. Surname(Abstract Noun) it is used at the end of a persons name, with high dignity.
অতি মহান ব্যক্তিৰ নামৰ পাছত ব্যৱহাৰ হয়৷ যেনে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ ইত্যাদি৷
অতি মহান ব্যক্তিৰ নামৰ পাছত ব্যৱহাৰ হয়৷ যেনে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ ইত্যাদি৷
55. Surname(Proper Noun-Neuter) A portfolio in Ahom Administration, head of `kakati`s who keeps records. Now a title.
আহোম শাসন ব্যৱস্থাৰ এটা পদবী; ‘কাকতি`সকলৰ মুৰব্বী৷ বৰ্তমান এটা উপাধি৷
আহোম শাসন ব্যৱস্থাৰ এটা পদবী; ‘কাকতি`সকলৰ মুৰব্বী৷ বৰ্তমান এটা উপাধি৷
57. Surname(Common Noun-Common) one of the three main ministers of the Ahom kingdom of Assam. Now it is a surname in Assam used by their descendants.
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
আহোম ৰজাৰ আমোলত তিনিজনা মূল মন্ত্ৰীৰ এজনা৷ আজিকালি তেওঁলোকৰ সতিসন্ততিয়ে ব্যৱহাৰ কৰা এটা অসমীয়া উপাধি৷
60. Surname(Common Noun-Common) A title of the tea community in Assam
অসমীয়া চাহ জনগোষ্ঠী লোকসকলৰ এক উপাধি
অসমীয়া চাহ জনগোষ্ঠী লোকসকলৰ এক উপাধি
61. Surname(Common Noun-Common) An aboriginal race of Assam. This word is also used as the title of this race
অসমৰ ভৈয়ামত বাস কৰা এক জনগোষ্ঠী৷ এই শব্দটো তেওঁলোকে উপাধি হিচাপেও ব্যৱহাৰ কৰে৷
অসমৰ ভৈয়ামত বাস কৰা এক জনগোষ্ঠী৷ এই শব্দটো তেওঁলোকে উপাধি হিচাপেও ব্যৱহাৰ কৰে৷
64. Surname(Common Noun-Common &/or Masculine)
a sect of Musalmans, a title of the descendants of Muhammad.
মুছলমানসকলৰ এটা সম্প্ৰদায়, মহম্মদৰ নাতিসকলৰ এটা উপাধি৷
মুছলমানসকলৰ এটা সম্প্ৰদায়, মহম্মদৰ নাতিসকলৰ এটা উপাধি৷
66. Surname(Common Noun-Common &/or Masculine) a title of the Karbi people of Assam.
কাৰ্বিসকলৰ জনগোষ্ঠীয় পৰিচায়ক উপাধি বিশেষ৷
কাৰ্বিসকলৰ জনগোষ্ঠীয় পৰিচায়ক উপাধি বিশেষ৷
67. Surname(Common Noun-Common) A title of the Mising people in Assam
মিছিং সকলৰ জনগোষ্ঠী পৰিচায়ক উপাধি বিশেষ
মিছিং সকলৰ জনগোষ্ঠী পৰিচায়ক উপাধি বিশেষ
68. Surname(Common Noun-Common &/or Masculine) a title of the people of Assam
অসমীয়া সম্প্ৰদায়ৰ এটা উপাধি
অসমীয়া সম্প্ৰদায়ৰ এটা উপাধি