vector triple productVedanga

Veda (English) [ IPA: ˈveɪdə ASM: বেদ]
Contributed by: Debankur Kashyap on 2007-09-06
1. (Abstract Noun) The Vedas (knowledge") are a large corpus of texts originating in Ancient India. They are the oldest scriptural texts of Hinduism. প্ৰাচীন ভাৰতৰ জ্ঞানগৰ্ভ গদ্যশাস্ত্ৰ। ইবিলাকক হিন্দুধৰ্মৰ প্ৰাচীনতম ধৰ্মীয় পুথিৰূপে জনা যায়। বেদ-ক শ্ৰুতি বুলি কোৱা হয়। অন্য ধৰ্মগ্ৰন্থসমূহ স্মৃতি।