নিগনি-বাটিনিগমক

নিগম (Assamese) [ Roman: ni.gom]
Contributed by: Rupankar Mahanta on 2006-03-30
1. (Abstract Noun) a company managed by the government where government is also the major shareholder এনে এটা কোম্পানী য’ত চৰকাৰৰ সৰহভাগ অংশ থাকে বা চৰকাৰে নিজে পৰিচালনা কৰে৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
2. (Abstract Noun) The Vedas (knowledge") are a large corpus of texts originating in Ancient India. They are the oldest scriptural texts of Hinduism. প্ৰাচীন ভাৰতৰ জ্ঞানগৰ্ভ গদ্যশাস্ত্ৰ। ইবিলাকক হিন্দুধৰ্মৰ প্ৰাচীনতম ধৰ্মীয় পুথিৰূপে জনা যায়। বেদ-ক শ্ৰুতি বুলি কোৱা হয়। অন্য ধৰ্মগ্ৰন্থসমূহ স্মৃতি।