anchinganchot

anchor (English) [ IPA: ˈæŋkər ASM: এংকৰ]
1. (Material Noun-Neuter) heavy metallic tool to keep a boat stationary এখন নাও স্থিতিশীল অৱস্থাত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা গধূৰ ধাতৱ সঁজুলি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
2. Drama(Common Noun-Common &/or Masculine) the chief actor or interlocutor in the drama and to each scene of an Assamese drama (Bhaona). ভাওনাত পোন প্ৰথমে ভাওনাখনৰ আৰু মাজে মাজে তাৰ প্ৰত্যেক অংশৰ চমু বিৱৰণ কৈ দিবলৈ ওলোৱা ভাৱৰীয়া৷ সভা সমিতিত ঘোষণা কৰা আৰু আঁত ধৰা লোক৷