Dictionary entry: arni(Language: Karbi)


Meaning 1:(Proper Noun) A day of the week. The time for one complete rotation of the earth around Sun.
সপ্তাহৰ যিকোনো এটা দিন ৷ সূৰ্য্যৰ চাৰিওফালে পৃথিৱীয়ে এপাক ঘূৰিবলৈ লগা সময় ৷

Synonym:
English: day
Assamese: বাৰ
Mising: longe
Khasi: sngi
Karbi: sengli arni rani
Dimasa: basain
Tiwa: par
Deori: chaoon kari din
Hajong: বাৰো
Space to image of arni



Meaning 2:(Proper Noun) A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ

Synonym:
English: sun
Assamese: বেলি সবিতা অৰ্যমা দিবাকৰ দিৱাকৰ দিনপতি মাৰ্কণ্ড তিমিৰাৰি তমোহৰ অংশুবাণ চাকা ত্ৰয়ীতনু ভাস্কৰ আদিত্য দিনকৰ ভানু উষাপতি সহস্ৰৰশ্মি অংশুপতি দিনেশ বিৰোচন ৰবি দিনমণি পদ্মিনী-বল্লভ্ বিভাবসু দিননাথ কিৰণমালী অংশুধৰ গ্ৰহপতি চিত্ৰভানু সূৰুয প্ৰভাকৰ সূৰ বিভাকৰ অৰ্ক দিবাবসু তপন গ্ৰহৰাজ ৰ’দালি সূৰ্য্য দিনবন্ধু চিত্ৰৰথ অংশুমান অংশুমালী দিবানাথ মিহিৰ অহঃপতি সপ্তাশ্ব
Bodo: सान
Mising: দঃঞি do:nyi
Khasi: sngi jingshai
Garo: sal
Meeteilon: thabireng korou numit nongshaba
Bishnupriya Manipuri: সূৰ্য্য
Mizo (Lushai): ni
Karbi: arni samphri
Hmar: nisa
Nagamese: kham
Dimasa: sain
Ao: tsengi
Tai: বান্
Kaubru (Reang): sal
Bangla: প্রভাকর অর্ক সূর্য বিভাকর দিনবন্ধু দিবনাথ অংশুমান মিহির সুরুজ ভাস্কর সবিতা আদিত্য দিবাকর তপন দিনমণি রবি ভানু
Nepali: भ‌ास्कर रबि सुर्य घाम मार्कण्ड भानु
Rabha: চানতাকচা ৰাংছাং
Tiwa: sal
Hajong: বিলা
Space to image of arni


Related Ideas:
1. অৰুণ उज्यालो सुर्यको किरण 2. star ঋক্ষ তাৰক তাৰকা তৰা



Meaning 3:(Abstract Noun) Period of day between sunrise and sunset where one enjoys daylight
সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ মাজৰ পোহৰ থকা সময় ছোৱা

Synonym:
English: day
Assamese: দিন অহ দিৱস অহ্ন দিবা
Mising: longe
Karbi: arni
Hmar: sûn
Nagamese: din
Ao: nithung
Nepali: दिउसो दिवस दिन
Rabha: চান
Deori: chanw
Space to image of arni


Related Ideas:
1. night অন্ধিকা অসুৰা ইন্দুকান্তা ক্ষণদা




2006 - 2022 © Xobdo.org