sumusun bath
sun (English) [ IPA: ˈsən ASM: চান]
English: sun,
Assamese: অংশুধৰ, অংশুপতি, অংশুবাণ, অংশুমান, অংশুমালী, অম্বুজেশ, অহঃপতি, অৰ্ক, অৰ্যমা, আদিত্য, উষাপতি, কিৰণমালী, গ্ৰহপতি, গ্ৰহৰাজ, ঘৃণিনিধি, চক্ৰবন্ধু, চণ্ডডালু, চাকা, চিত্ৰভানু, চিত্ৰৰথ, জ্যোতিৰাজ, তপন, তমোহৰ, তিগ্মকৰ, তিগ্মাংশু, তিমিৰাৰি, ত্ৰয়ীতনু, তৰ্ণি, দিনকৰ, দিননাথ, দিনপতি, দিনবন্ধু, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিৱাকৰ, দ্যুপতি, দ্যুমণি, পদ্মিনী-বল্লভ্, প্ৰভাকৰ, বিভাকৰ, বিভাবসু, বিৰোচন, বেলি, ভানু, ভাস্কৰ, মাৰ্কণ্ড, মিহিৰ, সপ্তাশ্ব, সবিতা, সহস্ৰৰশ্মি, সূৰ, সূৰুয, সূৰ্য্য, ৰবি, ৰবিৰাজ, ৰ’দালি,
Bodo: सान,
Mising: d:yi, do:nyi,
Khasi: jingshai, sngi,
Garo: sal,
Meeteilon: korou, nongshaba, numit, thabireng,
Bishnupriya Manipuri: সূৰ্য্য,
Mizo (Lushai): ni,
Karbi: arni, samphri,
Hmar: nisa,
Nagamese: kham,
Dimasa: sain,
Ao: tsengi,
Tai: বান্,
Kaubru (Reang): sal,
Hindi: सूरज,
Bangla: অংশুমান, অর্ক, আদিত্য, তপন, দিনবন্ধু, দিনমণি, দিবনাথ, দিবাকর, প্রভাকর, বিভাকর, ভানু, ভাস্কর, মিহির, রবি, সবিতা, সুরুজcb syl , সূর্য,
Nepali: घाम, भानु, भास्कर, मार्कण्ड, रबि, सुर्य,
Rabha: চানতাকচা, ৰাংছাং,
Tiwa: sal,
Deori: চাঁ,
Hajong: বিলা,
b. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা
English: sun, sunlight, sunshine,
Assamese: আতপ, আদিত্যজ্যোতি, তিগ্মকৰ, ভানুকৰ, মিহিৰ-কিৰণ, সূৰ্য-কিৰণ, সূৰ্য্যালোক, সূৰ্য্যৰশ্মি, সৌৰকৰ, ৰবিকিৰণ, ৰবিকৰ, ৰবিজ্যোতি, ৰবিৰশ্মি, ৰৌদ্ৰ, ৰৌদ্ৰপ্ৰভা, ৰৌদ্ৰালোক, ৰৌদ্ৰৰাগ, ৰ’দ,
Bodo: सानदुं, सान्दुं, सोरां रोदा,
Mising: do:nyi a:sir, donyi,
Karbi: arni atur, samphri atur,
Deori: চাদু,
Hajong: ৰোত,
1. Astronomy(Proper Noun-Neuter) A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
Assamese: অংশুধৰ, অংশুপতি, অংশুবাণ, অংশুমান, অংশুমালী, অম্বুজেশ, অহঃপতি, অৰ্ক, অৰ্যমা, আদিত্য, উষাপতি, কিৰণমালী, গ্ৰহপতি, গ্ৰহৰাজ, ঘৃণিনিধি, চক্ৰবন্ধু, চণ্ডডালু, চাকা, চিত্ৰভানু, চিত্ৰৰথ, জ্যোতিৰাজ, তপন, তমোহৰ, তিগ্মকৰ, তিগ্মাংশু, তিমিৰাৰি, ত্ৰয়ীতনু, তৰ্ণি, দিনকৰ, দিননাথ, দিনপতি, দিনবন্ধু, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিৱাকৰ, দ্যুপতি, দ্যুমণি, পদ্মিনী-বল্লভ্, প্ৰভাকৰ, বিভাকৰ, বিভাবসু, বিৰোচন, বেলি, ভানু, ভাস্কৰ, মাৰ্কণ্ড, মিহিৰ, সপ্তাশ্ব, সবিতা, সহস্ৰৰশ্মি, সূৰ, সূৰুয, সূৰ্য্য, ৰবি, ৰবিৰাজ, ৰ’দালি,
Bodo: सान,
Mising: d:yi, do:nyi,
Khasi: jingshai, sngi,
Garo: sal,
Meeteilon: korou, nongshaba, numit, thabireng,
Bishnupriya Manipuri: সূৰ্য্য,
Mizo (Lushai): ni,
Karbi: arni, samphri,
Hmar: nisa,
Nagamese: kham,
Dimasa: sain,
Ao: tsengi,
Tai: বান্,
Kaubru (Reang): sal,
Hindi: सूरज,
Bangla: অংশুমান, অর্ক, আদিত্য, তপন, দিনবন্ধু, দিনমণি, দিবনাথ, দিবাকর, প্রভাকর, বিভাকর, ভানু, ভাস্কর, মিহির, রবি, সবিতা, সুরুজcb syl , সূর্য,
Nepali: घाम, भानु, भास्कर, मार्कण्ड, रबि, सुर्य,
Rabha: চানতাকচা, ৰাংছাং,
Tiwa: sal,
Deori: চাঁ,
Hajong: বিলা,
Related Ideas:
a. Abstract Noun: অৰুণ, उज्यालो, सुर्यको किरणb. Material Noun-Neuter: star, ঋক্ষ, তাৰক, তাৰকা, তৰা
2. (Abstract Noun) light and warmth from the SUN
Assamese: আতপ, আদিত্যজ্যোতি, তিগ্মকৰ, ভানুকৰ, মিহিৰ-কিৰণ, সূৰ্য-কিৰণ, সূৰ্য্যালোক, সূৰ্য্যৰশ্মি, সৌৰকৰ, ৰবিকিৰণ, ৰবিকৰ, ৰবিজ্যোতি, ৰবিৰশ্মি, ৰৌদ্ৰ, ৰৌদ্ৰপ্ৰভা, ৰৌদ্ৰালোক, ৰৌদ্ৰৰাগ, ৰ’দ,
Bodo: सानदुं, सान्दुं, सोरां रोदा,
Mising: do:nyi a:sir, donyi,
Karbi: arni atur, samphri atur,
Deori: চাদু,
Hajong: ৰোত,
3. (Verb-Trans.) to dry or warm up something by exposing to direct sunlight
সূ্ৰ্য্যৰ পোনপটীয়া ৰ’দত মেলি দি শুকোৱা বা গৰম কৰা
সূ্ৰ্য্যৰ পোনপটীয়া ৰ’দত মেলি দি শুকোৱা বা গৰম কৰা
sûn (Hmar)
English: midday, noon,
Assamese: দিপৰা bo , দুপৰীয়া, দ্বিপ্ৰহৰ, ভৰদুপৰ, ভৰদুপৰীয়া, মধ্যাহ্ন,
Bodo: सानसु,
Karbi: anarlo,
Hmar: sûn,
Dimasa: saignjer,
Chakma: dibussya,
4. (Abstract Noun) twelve o` clock in the daytime or middle of the daytime
দিনৰ বাৰ বজা বা মাজ ভাগ
দিনৰ বাৰ বজা বা মাজ ভাগ
Assamese: দিপৰা bo , দুপৰীয়া, দ্বিপ্ৰহৰ, ভৰদুপৰ, ভৰদুপৰীয়া, মধ্যাহ্ন,
Bodo: सानसु,
Karbi: anarlo,
Hmar: sûn,
Dimasa: saignjer,
Chakma: dibussya,
5. (Abstract Noun) Period of day between sunrise and sunset where one enjoys daylight
সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ মাজৰ পোহৰ থকা সময় ছোৱা
সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ মাজৰ পোহৰ থকা সময় ছোৱা