bacteriologybad

bacterium (English) [ IPA: bækˈtɪriːəm ASM: বেকটেৰিয়াম]
pl: bacteria
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
1. Microbes(Common Noun) a single-celled, free-living or parasitic microorganism without distinct well-developed nuclei or organized cell structures. মুক্তজীৱী অথবা পৰজীৱী এবিধ এককোষী আনুবীক্ষণীক জীৱ বা অনুজীৱ যাৰ নিৰ্দ্দিষ্ট সুবিকশিত কোষকেন্দ্ৰ নাথাকে আৰু কোষৰ গঠন সু-সংগঠিত নহয় ৷