অণুগল্পঅণুজীৱ বিজ্ঞান

অণুজীৱ (Assamese) [ Roman: o.nu.ji.bo]
co.adj: অপকাৰী~, উপকাৰী~, ক্ষুদ্ৰতম~, plc: -বোৰ, -সমূহ, dfc: -টো
Contributed by: Swapnita Kakati on 2006-08-29
1. Microbes(Common Noun) any organism too small to be viewed by the unaided eye, as bacteria, protozoa, and some fungi and algae. যন্ত্ৰৰ সহায় নোলোৱাকৈ খালী চকুৰে নেদেখা অতি ক্ষুদ্ৰ জীৱ, যেনেঃ বেক্টেৰিয়া, প্ৰট’জোৱা, কেতবোৰ ভেঁকুৰ, আদি।