cleansingclear up
clear (English) [ IPA: ˈklɪr ASM: ক্লিয়াৰ]
Related words: clearly,
English: clean, clear,
Assamese: অঁত, অক্লেদ্য, খোলোচা, চফা, চাফ চিকুণ, চাফা, চিকণ, চিকুণ, চিলচিলা bo , নিকা, নিৰ্ম্মল, পৰিচ্ছন্ন, পৰিষ্কাৰ, পৰিষ্কাৰ-পৰিচ্ছন্ন, বিমল,
Bodo: रोखा रोखा,
Mising: ipung,
Khasi: khuid,
Karbi: karphlan, kepangthir,
Dimasa: rgaoba, rgaobi, siringba,
Tai: চিন্, ছিং, লিং,
Nepali: सफा, स्पष्ट,
Deori: চপা,
b. Verb-Trans.: clean, cleanse, অঁতা, চফা কৰ্, চাফ কৰ্
c. Abstract Noun: cleanliness, নিৰ্মলতা, পৰিচ্ছন্নতা
English: clear, klaret, lucent, pellucid, transparent,
Assamese: জলজলীয়া, জিলজিলিয়া, পাৰদৰ্শী, ফটফটীয়া, ফতফʼইতা bo , স্বচ্ছ,
Karbi: Klar,
English: clean, clear, pure, unadulterated, uncontaminated, untainted,
Assamese: অনাবিল, অনাৱিল, অপাপবিদ্ধ, অবিমিশ্ৰ, অমল, আহেলী, খাঁটি, চফা, নিজনি, নিভঁজুৱা, নিভাঁজ, নিৰঞ্জন, নিৰ্ভেজাল, নিৰ্মল, বিমল, বিশুদ্ধ, শুদ্ধ, শুধ,
Bodo: गोथार,
Karbi: kangthir,
Dimasa: gathar, rgaobi,
Deori: কাতি, নিজনি,
English: clear,
Assamese: অভ্ৰহীন, নিৰভ্ৰ, নিৰ্মেঘ, ফংফঙীয়া, ফৰকাল, মেঘমুক্ত, মেঘশূন্য, মেঘহীন,
Karbi: saidak,
Related words: clearly,
1. (Proper Adj.-Neuter) devoid of dirt or impurities
ধূলি-মাকতি বা অশুদ্ধতা নথকা
ধূলি-মাকতি বা অশুদ্ধতা নথকা
Assamese: অঁত, অক্লেদ্য, খোলোচা, চফা, চাফ চিকুণ, চাফা, চিকণ, চিকুণ, চিলচিলা bo , নিকা, নিৰ্ম্মল, পৰিচ্ছন্ন, পৰিষ্কাৰ, পৰিষ্কাৰ-পৰিচ্ছন্ন, বিমল,
Bodo: रोखा रोखा,
Mising: ipung,
Khasi: khuid,
Karbi: karphlan, kepangthir,
Dimasa: rgaoba, rgaobi, siringba,
Tai: চিন্, ছিং, লিং,
Nepali: सफा, स्पष्ट,
Deori: চপা,
Related Ideas:
a. Proper Adj.: dirty, foul, guck, stool (excrete waste), uncleanb. Verb-Trans.: clean, cleanse, অঁতা, চফা কৰ্, চাফ কৰ্
c. Abstract Noun: cleanliness, নিৰ্মলতা, পৰিচ্ছন্নতা
2. (Proper Adj.-Neuter) through which light passes
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
যাৰ মাজেদি পোহৰ পাৰ হ’ব পাৰে
Assamese: জলজলীয়া, জিলজিলিয়া, পাৰদৰ্শী, ফটফটীয়া, ফতফʼইতা bo , স্বচ্ছ,
Karbi: Klar,
Related Ideas:
a. Abstract Noun: transparency, জলজলীয়া, জিলজিলিয়া, পাৰদৰ্শীতা, স্বচ্ছতা
3. (Proper Adj.) free from anything of a different, inferior, or contaminating kind; free from extraneous matter.
কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।
কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।
Assamese: অনাবিল, অনাৱিল, অপাপবিদ্ধ, অবিমিশ্ৰ, অমল, আহেলী, খাঁটি, চফা, নিজনি, নিভঁজুৱা, নিভাঁজ, নিৰঞ্জন, নিৰ্ভেজাল, নিৰ্মল, বিমল, বিশুদ্ধ, শুদ্ধ, শুধ,
Bodo: गोथार,
Karbi: kangthir,
Dimasa: gathar, rgaobi,
Deori: কাতি, নিজনি,
Related Ideas:
a. Proper Adj.-Neuter: adulterated, impure, ভেজাল, bejal
4. (Proper Adj.-Neuter) (Of weather, the sky, etc.) not dull or gloomy
যেনে ফৰকাল বতৰ
যেনে ফৰকাল বতৰ
Assamese: অভ্ৰহীন, নিৰভ্ৰ, নিৰ্মেঘ, ফংফঙীয়া, ফৰকাল, মেঘমুক্ত, মেঘশূন্য, মেঘহীন,
Karbi: saidak,
5. (Proper Adj.-Common) condition where things can be seen clearly
ভালকৈ দেখা পোৱা অৱস্থা৷
ভালকৈ দেখা পোৱা অৱস্থা৷