dambadambrato
dambra (Dimasa) [ Roman: dam.bra]
English: heaven, paradise,
Assamese: অক্ষয়ধাম, অক্ষয়লোক, অনন্তধাম, অনন্তপুৰম, অমৃতলোক, অময়াপুৰী, অমৰধাম, অমৰনগৰ, অমৰলোক, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, অলকাপুৰী, আনন্দধাম, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্দ্ধলোক, ঊৰ্ধ্বলোক, ঋভুক্ষ, গোলোক, ত্ৰিদশালয়, ত্ৰিদিৱ, তৱিৰ্ষ, দিব, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱনিকায়, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্ৰাপ, ধ্ৰুৱলোক, নিজানন্দ, নিত্যধাম, পুণ্যলোক, পৰম্পদ, বিষ্ণুপুৰী, বেহেস্ত, বৈকুণ্ঠ, বৈকুণ্ঠপুৰী, শক্ৰভৱন, সুখাধাৰ, সুধৰ্মসভা, সুধৰ্মা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰালয়, সুৱালয়, স্বঃ, স্বাৰাজ্য, স্বৰগ, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, সৰগ, সৰ্গ,
Bodo: गोजोनफ़ुरि, सोरगोफ़ुरि, सोर्गो, सोर्गोफुरि,
Mising: dong among, kargu-kardi, nido,
Karbi: sorok,
Hmar: vânram, zion,
Dimasa: dambra,
Kaubru (Reang): kchuha,
Hindi: स्वर्ग,
Nepali: अमयापुरी, बैकुण्ठपुरी,
Deori: আচি গিৰি, আচি পিচ্চ,
b. Abstract Noun: abyss, gehenna, hell, purgatory, অধোলোক
English: abyss, gehenna, hell, purgatory,
Assamese: অধোলোক, জহন্নাম, জাহন্নম, দোজখ, নাগলোক, নিৰয়, নৰক, পাতাল, পাতালপুৰী, প্ৰেতপুৰী, প্ৰেতলোক, মৃত্যুপুৰী, মৃত্যুলোক, যমনগৰী, যমপুৰী, যমালয়, শমনালয়, সিপুৰী, ৰসাতল,
Bodo: नरक, नरख,
Mising: gise, uyu-among,
Karbi: norok,
Hmar: hremhmun,
Dimasa: dambra,
Nepali: अधोलोक, नरक, नर्क, पाताल, प्रेतपुरी, प्रेतलोक, यमपुरी, यमालय, रसातल, शमनालय,
b. Abstract Noun-Neuter: hades, পৰলোক, লোকান্তৰ, সিপুৰী, dambra
1. (Abstract Noun) The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷

Assamese: অক্ষয়ধাম, অক্ষয়লোক, অনন্তধাম, অনন্তপুৰম, অমৃতলোক, অময়াপুৰী, অমৰধাম, অমৰনগৰ, অমৰলোক, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, অলকাপুৰী, আনন্দধাম, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্দ্ধলোক, ঊৰ্ধ্বলোক, ঋভুক্ষ, গোলোক, ত্ৰিদশালয়, ত্ৰিদিৱ, তৱিৰ্ষ, দিব, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱনিকায়, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্ৰাপ, ধ্ৰুৱলোক, নিজানন্দ, নিত্যধাম, পুণ্যলোক, পৰম্পদ, বিষ্ণুপুৰী, বেহেস্ত, বৈকুণ্ঠ, বৈকুণ্ঠপুৰী, শক্ৰভৱন, সুখাধাৰ, সুধৰ্মসভা, সুধৰ্মা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰালয়, সুৱালয়, স্বঃ, স্বাৰাজ্য, স্বৰগ, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, সৰগ, সৰ্গ,
Bodo: गोजोनफ़ुरि, सोरगोफ़ुरि, सोर्गो, सोर्गोफुरि,
Mising: dong among, kargu-kardi, nido,
Karbi: sorok,
Hmar: vânram, zion,
Dimasa: dambra,
Kaubru (Reang): kchuha,
Hindi: स्वर्ग,
Nepali: अमयापुरी, बैकुण्ठपुरी,
Deori: আচি গিৰি, আচি পিচ্চ,
Related Ideas:
a. Abstract Noun-Neuter: hades, পৰলোক, লোকান্তৰ, সিপুৰী, dambrab. Abstract Noun: abyss, gehenna, hell, purgatory, অধোলোক
2. Religious-Mythological(Abstract Noun) An afterlife of suffering where the wicked or unrighteous dead are punished, according to many religious beliefs.
বহু ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পাছত দুষ্ট বা পাপী সকলক শাস্তি প্ৰদান কৰা ঠাই।
বহু ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পাছত দুষ্ট বা পাপী সকলক শাস্তি প্ৰদান কৰা ঠাই।
Assamese: অধোলোক, জহন্নাম, জাহন্নম, দোজখ, নাগলোক, নিৰয়, নৰক, পাতাল, পাতালপুৰী, প্ৰেতপুৰী, প্ৰেতলোক, মৃত্যুপুৰী, মৃত্যুলোক, যমনগৰী, যমপুৰী, যমালয়, শমনালয়, সিপুৰী, ৰসাতল,
Bodo: नरक, नरख,
Mising: gise, uyu-among,
Karbi: norok,
Hmar: hremhmun,
Dimasa: dambra,
Nepali: अधोलोक, नरक, नर्क, पाताल, प्रेतपुरी, प्रेतलोक, यमपुरी, यमालय, रसातल, शमनालय,
Related Ideas:
a. Abstract Noun: heaven, paradise, অক্ষয়ধাম, অক্ষয়লোক, অনন্তধামb. Abstract Noun-Neuter: hades, পৰলোক, লোকান্তৰ, সিপুৰী, dambra
3. (Abstract Noun-Neuter) The unseen world or the underworld where it is believed that the newly dead souls go in mythology.
পৌৰাণিক শাস্ত্ৰ অনুসৰি মৃত্যুৰ পাছত মানুহ য’লৈ যায় বুলি বিশ্বাস কৰা হয়, সেই নেদেখা জগতখন।