আলবেনিয়াআলম বিলমকৈ

আলম (Assamese) [ Roman: a.lom]
alt: আলং
Contributed by: Anjali Sonowal on 2008-10-17
1. (Abstract Noun) a place for taking refuge কোনো বিপদ আপদৰ পৰা ৰক্ষা পাবলৈ স্থানান্তৰিত হোৱা ঠাই ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Noun) The state of relying on or being controlled by someone or something else. কোনো বস্তু বা উপায় গ্ৰহণ কৰিবলগীয়া হোৱা|