Dictionary entry: enar(Language: Karbi)


Meaning 1:(Common Noun) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
Space to image of enar


Related Ideas:
1. Oirawot ঐৰাৱৎ 2. cow মাখুন্দী মাতঙ্গী tsorong makunti 3. bull মখনা মাতঙ্গ ম’ৰা-হাতী moidare 4. animal beast ইতৰ প্ৰাণী জন্তু জানোৱাৰ




2006 - 2022 © Xobdo.org