enamelledenbor-i
enar (Karbi)
English: elephant,
Assamese: ইভ, ইৰম্মদ, ঐৰাৱৎ, কুঞ্জৰ, ক্ষুদ্ৰাক্ষ, কৰী, কৰেণু, গজ, গজেন্দ্ৰ, গজৰাজ, দন্তাবল, দন্তী, দ্বিপ, দ্বিৰদ, নাগ, পিল, পুষ্কৰী, বাৰণ, মাতংগ, সিন্ধুৰ, স্তাম্ভৰম, হস্তী, হাতী, ৰদনী, ৰদী,
Bodo: मैदेर,
Mising: seeta, sité,
Khasi: hati,
Meeteilon: shamu,
Bishnupriya Manipuri: আত্তী,
Mizo (Lushai): sai,
Karbi: enar, ingar, ingnar,
Kok-Borok: mayung,
Hmar: sai,
Dimasa: makunti (a she elephant), moidare (a he elephant), miyang (a smaller variety of elephant), miyung,
Tai: চাঙ্,
Bangla: হস্তী, হাতি,
Nepali: गज, गजानन, मातंग, हस्ती, हात्ती,
Rabha: হিতী,
Tiwa: hamangma,
Deori: মিয়উ, মেউ,
b. Common Noun-Feminine: cow, মাখুন্দী, মাতঙ্গী, tsorong, makunti
c. Common Noun-Masculine: bull, মখনা, মাতঙ্গ, ম’ৰা-হাতী, मोसौ हालुवा
d. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ
1. Animal(Common Noun-Common) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু

Assamese: ইভ, ইৰম্মদ, ঐৰাৱৎ, কুঞ্জৰ, ক্ষুদ্ৰাক্ষ, কৰী, কৰেণু, গজ, গজেন্দ্ৰ, গজৰাজ, দন্তাবল, দন্তী, দ্বিপ, দ্বিৰদ, নাগ, পিল, পুষ্কৰী, বাৰণ, মাতংগ, সিন্ধুৰ, স্তাম্ভৰম, হস্তী, হাতী, ৰদনী, ৰদী,
Bodo: मैदेर,
Mising: seeta, sité,
Khasi: hati,
Meeteilon: shamu,
Bishnupriya Manipuri: আত্তী,
Mizo (Lushai): sai,
Karbi: enar, ingar, ingnar,
Kok-Borok: mayung,
Hmar: sai,
Dimasa: makunti (a she elephant), moidare (a he elephant), miyang (a smaller variety of elephant), miyung,
Tai: চাঙ্,
Bangla: হস্তী, হাতি,
Nepali: गज, गजानन, मातंग, हस्ती, हात्ती,
Rabha: হিতী,
Tiwa: hamangma,
Deori: মিয়উ, মেউ,
Related Ideas:
a. Proper Noun: Oirawot, ঐৰাৱৎb. Common Noun-Feminine: cow, মাখুন্দী, মাতঙ্গী, tsorong, makunti
c. Common Noun-Masculine: bull, মখনা, মাতঙ্গ, ম’ৰা-হাতী, मोसौ हालुवा
d. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ