Dictionary entry:
mayung(Language: Meeteilon; Transcription: maa.yoong)Meaning 1:
(Abstract Noun) The measurement of the extent of sth along its greatest dimension
দীঘলৰ পৰিমাণ ।
Related Ideas: 1. distance দূৰতা দূৰত্ব দূৰৈ ফাৰাক 2. breadth width পথালি পুতল প্ৰস্থ
Dictionary entry:
mayung(Language: Kok-Borok)Meaning 1:
(Common Noun) A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
Related Ideas: 1. Oirawot ঐৰাৱৎ 2. cow মাখুন্দী মাতঙ্গী tsorong makunti 3. bull মখনা মাতঙ্গ ম’ৰা-হাতী moidare 4. animal beast ইতৰ প্ৰাণী জন্তু জানোৱাৰ
Dictionary entry:
mayung(Language: Dimasa)Meaning 1:
(Common Noun) sister of ones mother
নিজৰ মাকৰ ভনীয়েক৷
Related Ideas: 1. uncle মহা आ-दै आदै punu