fanefangfam

fang (English) [ IPA: ˈfæŋ ASM: ফেং]
Contributed by: Ranjita Pegu on 2007-01-03
1. (Material Noun-Neuter) A long, pointed tooth of a snake used for biting and injecting venom. জীৱ-জন্তুক কামুৰিবলৈ আৰু বিষ সুমুৱাবলৈ ব্যৱহাৰ কৰা সাপৰ এটা দীঘল, জোঙা দাঁত৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-03
2. Anatomy(Material Noun-Neuter) A long, pointed tooth of animals/men used for biting and tearing flesh. কামুৰিবলৈ আৰু মাংস ফালিবলৈ ব্যৱহাৰ কৰা জন্তুৰ দীঘল, জোঙা দাঁত। মানুহৰো কুকুৰ দাঁত থাকে।