galgalaaj
gala (English) [ IPA: ˈgeɪlə ASM: গালা]
English: ceremony, festival, gala,
Assamese: উছৱ, উৎসৱ, জয়ন্তী, পাল-পৰ্ব্ব, পাৰ্বণ, পৰব, পৰ্ব্ব, মহোৎসৱ, সবাহ,
Bodo: उत्सव, फोरबो, रंजाबाजा, सभा,
Meeteilon: kumei,
Karbi: hokam, kamai, Rong-aje,
Tai: হুম্, হুম্ চৌ,
Hindi: उत्सव,
Bangla: উৎসব,
Rabha: দেৰা,
Deori: ৰকচ নমা,
b. Abstract Noun: religious congregation, ধৰ্মানুষ্ঠান, সকাম
1. (Abstract Noun-Neuter) An occasion for feasting or celebration, especially a day or time of religious or social significance that recurs at regular intervals.
ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷
ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷
Assamese: উছৱ, উৎসৱ, জয়ন্তী, পাল-পৰ্ব্ব, পাৰ্বণ, পৰব, পৰ্ব্ব, মহোৎসৱ, সবাহ,
Bodo: उत्सव, फोरबो, रंजाबाजा, सभा,
Meeteilon: kumei,
Karbi: hokam, kamai, Rong-aje,
Tai: হুম্, হুম্ চৌ,
Hindi: उत्सव,
Bangla: উৎসব,
Rabha: দেৰা,
Deori: ৰকচ নমা,
Related Ideas:
a. Proper Adj.-Neuter: ceremonial, আনুষ্ঠানিকb. Abstract Noun: religious congregation, ধৰ্মানুষ্ঠান, সকাম
2. (Adjective Adj.) marked by lavish or festive celebration
বহু ৰঙ-বিৰঙ, গান-বাজনাৰে ডাঙৰকৈ কৰা উৎসৱৰ পৰিৱেশ সূচোৱা৷
বহু ৰঙ-বিৰঙ, গান-বাজনাৰে ডাঙৰকৈ কৰা উৎসৱৰ পৰিৱেশ সূচোৱা৷
gala (Dimasa)
English: bitter gourd, bitter melon, momordica charantia,
Assamese: কেৰেলা, তিতা কেৰেলা,
Meeteilon: karot akhabi,
Karbi: kangkaroi, kerela, Riho (wild karela),
Hmar: chengkha,
Dimasa: gala,
Tai: মাক-খ্রোম-খাই,
Nepali: करेला, तिते करेलो,
3. Vegetables(Proper Noun-Neuter) the bitter fruit and vine of the family Cucurbitaceae grown mostly for its fruit which may be the most bitter among all vegetables.
তিয়ঁহৰ প্ৰজাতিৰ এবিধ তিতা ফল আৰু তাৰ লতাজাতীয় গছ৷ সম্ভৱতঃ পাচলিৰ ভিতৰত ই আটাইতকৈ তিতা৷