hokhokkeneh

hokam (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-19
1. (Abstract Noun-Neuter) An occasion for feasting or celebration, especially a day or time of religious or social significance that recurs at regular intervals. ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷