উৎসৰ্গিতউৎসৱটিক

উৎসৱ (Assamese) [ Roman: ut.sob]
alt: উত্সৱ
1. (Abstract Noun) An official ceremony or a formal social occasion. চৰকাৰী বা সামাজিক কাৰ্যসূচি৷

2. (Abstract Noun-Neuter) An occasion for feasting or celebration, especially a day or time of religious or social significance that recurs at regular intervals. ভোজ-ভাত খোৱা বা আনন্দ উপভোগ কৰা অনুষ্ঠান বা সময়, বিশেষকৈ ধৰ্মীয় বা সামাজিক গুৰুত্ব থকা দিন বা সময়, যিটো নিয়মিত সময়ৰ অন্তৰে-অন্তৰে পালন কৰা হয়৷