Karddomkarengme
kardom (Karbi)
1. (Abstract Noun) Greetings when people meet.
দুজন ব্যক্তি মিলিত হওঁতে এজনে আনজনক জনোৱা অভিবাদন

2. (Abstract Noun) a warm invitation
এক উষ্ণ আদৰণি

3. (Abstract Noun) a salutation; something said to greet somebody; a message of good wishes
এক প্ৰকাৰৰ সম্বোধন; কাৰোবাক আদৰণি বা সম্ভাষণ জনাবলৈ কৰা উক্তি; শুভেচ্ছা বাণী
English: greeting,
Assamese: অভিবাদন, ওলগ, ওলগণি,
Meeteilon: khurumjari,
Karbi: kardom,