namaskarNamdang
namaste (English) [ IPA: namaste ASM: নমস্তে]
ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
English: namaskar, namaste,
Assamese: অঞ্জলি-পুট, অঞ্জলিকৃত, অঞ্জলিবন্ধন, অঞ্জলিৱদ্ধ, কৃতাঞ্জলি, কৃতাঞ্জলিপুট, কৰপুট, কৰযোৰ, নমস্কাৰ, পুটাঞ্জলি, প্ৰণতি, প্ৰণাম, বদ্ধাঞ্জলি, যুক্তকৰ, সেৱা, হাতযোৰ,
Bodo: आखाइ खबजब,
Bishnupriya Manipuri: নমস্কার,
Tai: খুপ্ টাঙ্,
Deori: ব-কেই, বগেই,
b. Abstract Noun: hello, hi, আদাব, কুৰ্নিছ, চালাম
Ref: www.dictionary.com
1. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|

Assamese: অঞ্জলি-পুট, অঞ্জলিকৃত, অঞ্জলিবন্ধন, অঞ্জলিৱদ্ধ, কৃতাঞ্জলি, কৃতাঞ্জলিপুট, কৰপুট, কৰযোৰ, নমস্কাৰ, পুটাঞ্জলি, প্ৰণতি, প্ৰণাম, বদ্ধাঞ্জলি, যুক্তকৰ, সেৱা, হাতযোৰ,
Bodo: आखाइ खबजब,
Bishnupriya Manipuri: নমস্কার,
Tai: খুপ্ টাঙ্,
Deori: ব-কেই, বগেই,
Related Ideas:
a. Verb-Trans.: নমস্কাৰ কৰ্, নম্, প্ৰণম্, প্ৰণাম কৰ্, সেৱা কৰ্b. Abstract Noun: hello, hi, আদাব, কুৰ্নিছ, চালাম