namaskarnamattaia

namaste (English) [ IPA: namaste ASM: নমস্তে]
Contributed by: Biraj Kumar Kakati on 2008-03-25
Ref: www.dictionary.com
1. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|