Dictionary entry: namaskar(Language: English; IPA: namaskar; Assamese: নমস্কাৰ)


Meaning 1:(Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body.
ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|
Space to image of namaskar


Related Ideas:
1. নমস্কাৰ কৰ্ নম্ প্ৰণম্ প্ৰণাম কৰ্ সেৱা কৰ্ 2. hello hi আদাব কুৰ্নিছ চালাম




2006 - 2022 © Xobdo.org