mudstonemudui

mudu (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-06
1. (Material Noun-Neuter) a sweet, viscid fluid produced by bees from the nectar collected from flowers, and stored in nests or hives as food. ফূলৰ পৰা সংগ্ৰহ কৰা আৰু চাক বা বাহত জমা থোৱা ৰেণুৰ পৰা মৌ-মাখিয়ে তৈয়াৰ কৰা এবিধ মিঠা, বিজলুৱা জুলীয়া বস্তু।
English: honey,
Assamese: মকৰন্দ, মধু, মৌ, মৌজোল,
Bodo: बेरे मोदै,
Khasi: ka ngap,
Garo: chi.a,
Meeteilon: khoihee,
Karbi: pijo alang,
Hmar: khuoizu,
Nagamese: mou, moupani, mouros, mudu,
Dimasa: bereh-di,
Hindi: मधु,
Deori: গিয়া-মিজি

Related Idea:

a. Common Noun-Common: bee, drone, honeybee, আৰ্ঘা, তৰলা...

Contributed by: Temsunungsang T on 2008-02-06
2. (Material Noun-Neuter) beverage made of the fermented juice of any of various kinds of grapes, usually containing from 10 to 15 percent alcohol by volume. বিভিন্ন প্ৰকাৰৰ আঙুৰৰ ভিতৰত যিকোনো এবিধৰ ৰসৰ পৰা কিণ্বন প্ৰক্ৰিয়াৰ দ্বাৰা তৈয়াৰ কৰা, ১০ ৰ পৰা ১৫ শতাংশ এলকহল যুক্ত পানীয়