murkhotamurmur

murkong (Mising) [ Roman: mur.kong]
Contributed by: Benjamin Kaman on 2010-04-29
1. Business-Commerce-Economics(Abstract Noun) any circulating medium of exchange, including coins, paper money, and demand deposits. মুদ্ৰা, কাগজৰ ধন আদিকে ধৰি বিনিময়ৰ যিকোনো প্ৰচলিত মাধ্যম।

Contributed by: Benjamin Kaman on 2009-07-28
2. Chemistry(Material Noun-Neuter) A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography. সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷