ৰূদ্ৰসাগৰৰূপ-গ্ৰাম

ৰূপ (Assamese) [ Roman: rup]
adj: ৰূপৱান
1. Chemistry(Material Noun-Neuter) A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography. সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
2. (Common Noun) the state, condition, manner, or style in which a person or object appears, the outward look or aspect কোনো সামগ্ৰী বা লোকৰ বাহ্যিক চাক্ষুস অৱস্থা