pandu rugpanel of judges

panel (English) [ IPA: ˈpænəl ASM: পেনেল]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-01-21
1. (Abstract Noun) A body of persons sworn to judge and give a verdict on a given matter আচামী দোষী নে নিৰ্দ্দোষী স্থিৰ কৰিবলৈ জনসাধাৰণৰ মাজৰপৰা আদালতে নিৰ্ব্বাচন কৰা কেইজনমান লোক

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-12
2. (Common Noun-Neuter) a list or group of persons selected for some service. কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পাদন কৰাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ তালিকা।