pupapuppet
pupil (English) [ IPA: ˈpjuːpəl ASM: পুপিল]
1. (Common Noun-Common) one who learns at a formal educational institute
যি কোনো অনুস্থানত আনুস্থানিক ভাৱে পাঠ গ্ৰহণ কৰে৷

2. (Material Noun-Neuter) The contractile aperture in the centre of the iris of the eye; resembles a large black dot
চকুৰ পৰ্দাৰ কেন্দ্ৰত থকা সঙ্কোচনশীল ছিদ্ৰ, যি দেখাত এটা ডাঙৰ ক’লা বিন্দুৰ দৰে