RTI Actru su to

ru (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-17
1. (Material Noun-Neuter) A kind of basket for catching fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে আৰু এফালে পানীত চবিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়৷
English: Polo,
Assamese: পল,
Bodo: जेखाइ,
Mising: polong,
Meeteilon: longup,
Karbi: ru,
Bangla: পোলো

ru (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-22
2. (Verb-Trans.) to cook by placing in hot water কেৱল পানীত দি গৰম কৰা ৰন্ধন প্ৰকৰণ