sheshongshi bynta

shet (Khasi) [ Roman: shet]
Contributed by: Himasri Das on 2023-06-05
1. (Verb-Trans.) to cook by placing in hot water কেৱল পানীত দি গৰম কৰা ৰন্ধন প্ৰকৰণ

Contributed by: Himasri Das on 2023-06-29
2. (Verb-Trans.) To preparing food by heating with species, salt, and other conditioners. খোৱা বস্তু মছলা, নিমখ আদিৰ সৈতে জুইত গৰম কৰি খাবলৈ উপযোগী কৰি তোলা কাৰ্য৷
English: cook,
Assamese: ৰান্ bo , ৰান্ধ্‌,
Mising: numo,
Khasi: shet,
Karbi: kitun,
Nagamese: paka, randha,
Deori: নিয়াঁ

shet (Chakma)
Contributed by: Ven. Pragya Jyoti on 2009-04-27
3. Anatomy(Material Noun-Neuter) The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction. মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷