Dictionary entry:
rugar(Language: Dimasa)Meaning 1:
(Verb-Trans.) to rub lightly with or on a cloth, towel, paper, the hand, etc., in order to clean or dry the surface.
পৃষ্ঠভাগ পৰিষ্কাৰ কৰা বা শুকোৱাৰ উদ্দেশ্যে কাপোৰ, গামোছা, কাগজ, হাত আদিৰে পাতলীয়াকৈ মোহাৰি দে।
Meaning 2:
(Verb-Trans.) to remove dirt or impurities
ধূলি-মাকতি বা জাবৰ-জোঁথৰ আঁতৰ কৰা
Related Ideas: clean clear অঁত অক্লেদ্য খোলোচাwash ধো सुंस्रा su sawpfai