Dictionary entry:
sangman(Language: Karbi)Meaning 1:
(Common Noun) a woman's partner in marriage; the male spouse
বৈবাহিক জীৱনৰ পুৰুষজন
Related Ideas: 1. better half wife অংক-লক্ষ্মী অংকশায়িনী অঙ্কশায়ী
Meaning 2:
(Common Noun) any of numerous predaceous arachnids of the order Araneae, most of which spin webs that serve as nests and as traps for prey
এৰেনি বৰ্গৰ অন্তৰ্ভুক্ত পৰভোজী সন্ধিপদী প্ৰাণী, যাৰ সৰহভাগেই নিজৰ বাহ হিচাপে আৰু চিকাৰ ধৰিবলৈ জাল গোঁথে ৷