shield bugshifted
shift (English) [ IPA: ˈʃɪft ASM: চিফ্ট]
1. (Verb-Intran.) to change physical location or position
নিজৰ স্থান সলনি কৰ্

2. (Common Noun-Common) one of several persons who works by turns.
পাল পাতি কাম কৰা লোক৷
English: shift,
Assamese: পলীয়া,

3. (Verbal Noun)
এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কোনো এক বস্তুৰ স্থিতি সলনি কৰা কাৰ্য্য৷