Dictionary entry: ja(Language: Khasi)


Meaning 1:(Common Noun) the starchy seeds of an annual southeast Asian cereal grass, Oryza sativa that are cooked and used for food
ৰান্ধি খাদ্য হিচাপে গ্ৰহণ কৰা দক্ষিণ এছিয়াৰ ঘাঁহ জাতীয় শস্য ’অৰাইজা চেটাইভা’ৰ শৰ্কৰাযুক্ত গুটি

Synonym:
English: rice
Assamese: ভাত সিদ্ধ-চাউল ওদন চাউল সিজোৱা অন্ন
Mising: আপিন্ apin
Khasi: ja
Meeteilon: chaak Cheng
Bishnupriya Manipuri: ভাত
Karbi: an choran Choram
Kok-Borok: mai
Dimasa: makham
Ao: aca
Tai: khow খাৱ
Rabha: মায়
Tiwa: mai
Hajong: ভাত
Space to image of ja



Dictionary entry: ja(Language: Garo)


Meaning 1:(Material Noun) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ

Synonym:
English: moon
Assamese: দ্বিজপতি চন্দ্ৰ অম্বোজ পক্ষধৰ শীতময়ুখ ৰজনীকান্ত ৰাহুল শশী তাৰাধিপ কুমুদ-বান্ধৱ সুধাধাৰ হিমকিৰণ ঋক্ষেশ হিমাংশু ৰজনীশ ৰজনীচৰ নিশাৰত্ন ৰাত্ৰিমণি শশধৰ তাৰাপীড় শীতৰশ্মি ৰজনীসখা কান্তিভৃত্ নিশাকৰ উড়ুপ কুমুদপতি সুধাময় যামিনীপ্ৰকাশ ৰাকেশ ৰজনীপতি নিশিনাথ ৰজনীনাথ মৃগাঙ্ক কলাভৃত্ সুধানিধি যামিনীকান্ত শীতকিৰণ ৰজনীকৰ ক্ষীৰাব্ধিজ সোম নভসংগম কুমুদনাথ কলাধৰ অম্ভোজ সিতকৰ ইন্দু নিশাপতি ছায়াংক চন্দ্ৰক কলানিধি সিতাংশু যামিনীনাথ শীতাংশু শশবিন্দু দ্বিজেন্দ্ৰ জোনবাই চন্দ্ৰমা পক্ষজ হিমকৰ কৌমুদীপতি সিতৰুচি বিধু নিশামণি যামিনীপতি অৰ্ণৱোদ্ভৱ কলানাথ সুধাংশু তাৰাপতি ঋক্ষৰাজ শশলাঞ্ছন দ্বিজৰাজ জোন চন্দ্ৰিমা পক্ষচৰ চান্দ ৰজনীৰাজ শশাংক শশাঙ্ক নিশিকান্ত ক্ষীৰোদ-নন্দন ৰেবতীৰমন সিতৰশ্মি হৰিণাংক সুধাকৰ তাৰানাথ মধুকান্ত শশলক্ষণ
Bodo: उखुमब्रि अखाफ़ोर अखाफोर
Mising: পঃল
Khasi: u bnai
Garo: ja jajong
Meeteilon: tha
Bishnupriya Manipuri: চান্দ
Mizo (Lushai): thla bi thla
Karbi: malongding malong manai malin menai chiklo
Hmar: thla Thlapa
Dimasa: dain
Chakma: chan
Tai: দ্যুন্
Hindi: कलानिधि
Rabha: ৰাংগ্ৰে
Tiwa: chonai
Hajong: চান
Space to image of ja


Related Ideas:
1. full moon ইন্দুমতী পূৰ্ণচন্দ্ৰ পূৰ্ণমাসী পূৰ্ণিমা 2. moon satellite উপগ্ৰহ চন্দ্ৰ upgraha



Dictionary entry: ja(Language: Dimasa)


Meaning 1:(Verb-Intran.) to take effect an event
কোনো ঘটনা সংঘটিত হোৱা
Space to image of ja




2006 - 2022 © Xobdo.org