Dictionary entry:
ja(Language: Khasi)Meaning 1:
(Common Noun) the starchy seeds of an annual southeast Asian cereal grass, Oryza sativa that are cooked and used for food
ৰান্ধি খাদ্য হিচাপে গ্ৰহণ কৰা দক্ষিণ এছিয়াৰ ঘাঁহ জাতীয় শস্য ’অৰাইজা চেটাইভা’ৰ শৰ্কৰাযুক্ত গুটি
Dictionary entry:
ja(Language: Garo)Meaning 1:
(Material Noun) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
Related Ideas: 1. full moon ইন্দুমতী পূৰ্ণচন্দ্ৰ পূৰ্ণমাসী পূৰ্ণিমা 2. moon satellite উপগ্ৰহ চন্দ্ৰ upgraha
Dictionary entry:
ja(Language: Dimasa)Meaning 1:
(Verb-Intran.) to take effect an event
কোনো ঘটনা সংঘটিত হোৱা