someonesomething

somersault (English) [ IPA: ˈsəmərˌsɔlt ASM: চমাৰচল্ট]
Contributed by: Partha P Sarmah on 2008-02-12
1. (Verbal Noun) 1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head). 2. (figurative use) a complete reversal of opinion over somebody or something. 1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷

Contributed by: Partha P Sarmah on 2008-02-12
2. (Verb-Intran.) to turn over completly in the air. (figerative use) to change opinion completely. 1.(শূন্যতে ঘূৰি) হাত আৰু মূৰ তললৈ কৰি ভৰি ওপৰলৈ ৰাখ্; সম্পূৰ্ণ ওভোটাকৈ ঘূৰা। 2.(আলংকাৰিক ব্যৱহাৰ) মতামত বা কথা সম্পূৰ্ণ বদলি কৰ্