জোটাজোত

জোটাশলীয়া (Assamese) [ Roman: jo’.ta.xo.liya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-20
1. (Verbal Noun) 1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head). 2. (figurative use) a complete reversal of opinion over somebody or something. 1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-18
2. (Proper Adj.-Neuter) Sharing with another or others আনৰ লগত ভাগ কৰি ৰখা ব্যৱস্থা ৷