পাভটিপাভলুটি মাৰ্‌

পাভলুটি (Assamese) [ Roman: pa.bho.lu.ti]
Contributed by: Partha P Sarmah on 2008-02-12
1. (Verbal Noun) 1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head). 2. (figurative use) a complete reversal of opinion over somebody or something. 1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷