stridentstring
strike (English) [ IPA: ˈstraɪk ASM: ষ্ট্ৰাইক]
English: bump, collide, impact, knock, pat, strike, tap,
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Bodo: सौथु,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
English: hit, strike,
Assamese: কোব মাৰ্, কোবা, ঠুক্, পিট্, প্ৰহাৰ কৰ্, মাৰ্,
Bodo: बुनाय,
Mising: bek, di:lik, ertup, itup, sit,
Karbi: kero,
English: slash, strike,
Assamese: কুবিয়া, ঘপিয়া, ঘাপ মাৰ্, ঘৈয়া,
1. (Verb-Trans.) To come into contact with force.
কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।
কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Bodo: सौथु,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
2. (Verb-Trans.) To apply sudden force with a intention of causing harm.
কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
Assamese: কোব মাৰ্, কোবা, ঠুক্, পিট্, প্ৰহাৰ কৰ্, মাৰ্,
Bodo: बुनाय,
Mising: bek, di:lik, ertup, itup, sit,
Karbi: kero,
3. (Verb-Trans.) To hit on the back by bare hand
হাতৰ তলুৱাৰে পিঠিত আঘাত কৰ্
হাতৰ তলুৱাৰে পিঠিত আঘাত কৰ্
4. (Abstract Noun) An organised refusal to work until a grievance is remedied, like a general strike or industrial strike
5. (Verb-Trans.) to strike with the back of a cutting weapon or edge of a flat object like the palm.
হাতৰ তলুৱাৰ কাষ বা অস্ত্ৰৰ ধাৰ নথকা ফালেৰে আঘাট কৰ্
হাতৰ তলুৱাৰ কাষ বা অস্ত্ৰৰ ধাৰ নথকা ফালেৰে আঘাট কৰ্
6. (Verb-Trans.) to cut with a sudden force by a cutting instrument.
কুঠাৰ, দা আদিৰে হঠাত্ জোৰেৰে কাট৷
কুঠাৰ, দা আদিৰে হঠাত্ জোৰেৰে কাট৷
Assamese: কুবিয়া, ঘপিয়া, ঘাপ মাৰ্, ঘৈয়া,
Related Ideas:
a. Verb-Trans.: clip, crop, cut, কাট্, কৰ্তন কৰ্
7. (Verbal Noun) the act or instance of striking (with a stick etc.)
লাঠিৰে কৰা আঘাত
লাঠিৰে কৰা আঘাত