KNO3knock-knee
knock (English) [ IPA: ˈnɑk ASM: নক]
Contributed by: Rituraj Saikia on 2006-09-01
English: bump, collide, impact, knock, pat, strike, tap,
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Bodo: सौथु,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
Contributed by: Rituraj Saikia on 2006-09-01
English: knock,
Assamese: খট-খটা, টক্-টকা, টুকুৰিয়া, টুকৰিয়া, টোকাৰ মাৰ্, টোকৰ, টোকৰ মাৰ্, ঠোকৰ, তকৰ মৰ্,
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-19
knock (English) [ IPA: ˈnɑk ASM: নক]
Contributed by: Rituraj Saikia on 2006-09-01
1. (Verb-Trans.) To come into contact with force. কিহবাৰ সৈতে জোৰেৰে সংস্পৰ্শ হোৱা।
Assamese: খুন্দা খা, খুন্দা মাৰ্, খুন্দিয়া, ঠেকা খা, সংঘৰ্ষ ঘট্,
Bodo: सौथु,
Mising: demke, tup,
Meeteilon: theenba,
Karbi: ardeng, ketong,
Dimasa: jaukrip,
Tai: ছান্,
Contributed by: Rituraj Saikia on 2006-09-01
2. (Verb-Trans.) to make light taps on the surface. কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
Assamese: খট-খটা, টক্-টকা, টুকুৰিয়া, টুকৰিয়া, টোকাৰ মাৰ্, টোকৰ, টোকৰ মাৰ্, ঠোকৰ, তকৰ মৰ্,
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-19
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
3. (Abstract Noun) An onomatopoeic soundused to express that produced by two hard bodies repeatedly striking each other. টান বস্তুত আন এটা টান বস্তু লাগিলে হোৱাৰ নিচিনা শব্দ৷