summer housesummon

summit (English) [ IPA: ˈsəmət ASM: চামিট]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-29
1. (Material Noun-Neuter) the pointed top of a mountain or any structure. পৰ্ব্বত বা অন্য কোনো গাঁথনিৰ আটাইতকৈ ওখ জোঙা অংশ।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-29
2. (Abstract Noun) the highest or most important point or level achieved. কোনোৱে অৰ্জা বা আৰোহণ কৰা আটাইতকৈ ওখ বা গুৰুত্বপূৰ্ণ স্থান বা পৰ্য্যায়।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-07
3. (Material Noun-Neuter) the covering over the ridge of a house ঘৰৰ মূধ অৰ্থাত্ দুখন চালৰ জোৰাৰ ওপৰৰ চাউনি বা ঢাকনি
English: summit, top,
Assamese: টুপ, মূধচ,
Nagamese: chor

Contributed by: Bikram M Baruah on 2006-10-29
4. (Abstract Noun) a meeting of the highest level of diplomatic or other governmental officials বিভিন্ন দেশ বা প্ৰদেশৰ উচ্চ-বিষয়া, মন্ত্ৰী, ৰাষ্ট্ৰপতি আদিৰ সন্মিলন