tamburaTamerlane
tame (English) [ IPA: ˈteɪm ASM: টেম]
English: gentle, harmless, innocuous, inoffensive, meek, quiet, spiritless, tame, unoffending,
Assamese: অনপকাৰী, দোষমুক্ত, নিমাখিত, নিৰহ, নিৰীহ, নিৰ্জু, নিৰ্জ্জু,
Meeteilon: haiba inganba,
English: domestic, tame,
Assamese: গৃহপালিত, গৃহপোষ্য, ঘৰ লোৱা, ঘৰচীয়া, পুছা, পোহমনা,
Bodo: फिसिजागरा,
Mising: o:nam,
Karbi: anem kedotang,
1. (Proper Adj.-Common) overly submissive or compliant; unable or unwilling to cause harm.
অতিশয় বিনয়ী বা বাধ্য; কাৰো কোনো অপকাৰ কৰিব নোৱৰা বা নকৰা।
অতিশয় বিনয়ী বা বাধ্য; কাৰো কোনো অপকাৰ কৰিব নোৱৰা বা নকৰা।
Assamese: অনপকাৰী, দোষমুক্ত, নিমাখিত, নিৰহ, নিৰীহ, নিৰ্জু, নিৰ্জ্জু,
Meeteilon: haiba inganba,
2. (Proper Adj.-Common) adapted to live in close association with human.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
Assamese: গৃহপালিত, গৃহপোষ্য, ঘৰ লোৱা, ঘৰচীয়া, পুছা, পোহমনা,
Bodo: फिसिजागरा,
Mising: o:nam,
Karbi: anem kedotang,
Related Ideas:
a. Proper Adj.-Common: domesticated, pet, পোহনীয়া
3. (Verb-Trans.) To make domesticated or bring under subjugation
কাৰোবাক নিজৰ অধীনত/আদেশত কাম কৰোৱাব পৰা কৰি ল ৷
কাৰোবাক নিজৰ অধীনত/আদেশত কাম কৰোৱাব পৰা কৰি ল ৷