Dictionary entry: gentle(Language: English; IPA: ˈdʒentəl; Assamese: জেণ্টেল)


Meaning 1:(Proper Adj.) of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।

Synonym:
English: benevolent kind-hearted gentle benignant freehanded generous tender affectionate kind humane kind hearted benign gracious compassionate merciful good-hearted
Assamese: মৰমিয়াল দয়াৱান বৎসল উদাৰচেতা মানৱসুলভ স্নেহান্বিত কৰুণাসাগৰ দয়াপৰৱশ কৃপাল ত্যাগশীল কৃপালু বদান্য উচ্চাশয় কৰুণানিধি দয়াৱন্ত অক্ৰূৰ উদাৰচিত্ত মনুষ্যোচিত মহোদয় কৰুণাময় মহামতি দয়াল ত্যাগী মহৎ দানশীল মহদাশয় কৰুণানিধান কৃপাৱন্ত হুনতি প্ৰশস্তহৃদয় মানৱোচিত উদাৰ কাৰুণিক মানবীয় ওখ মনৰ দানবীৰ উচ্চমনা মুক্তহস্ত উদাৰমনা কৃপাসিন্ধু কৃপাশীল সহৃদয় প্ৰশস্তচিত্ত মানুষিক দয়ালু দয়াশীল সদয় বহল মনৰ ত্যাগবীৰ মনস্বী ৰহমান মহাপ্ৰাণ কৃপানিধি কৃপাময় ভব্য উদাৰহৃদয় মানৱিক মহাশয় দয়াময় দয়নু উচ্চহৃদয় চেনেহুৱা দানী প্ৰেমৱন্ত উদাৰচিতীয়া দয়ানিধি কৃপাৰ সাগৰ কৃপাৱান মহানুভৱ উদাৰমতি মানৱীয়
Bodo: सोद्रोम
Meeteilon: Nungshiheiba
Karbi: ningme
Hmar: lainatna
Tai: ইন্ দূ
Bangla: দয়ালু মমতা মায়া
Space to image of gentle


Related Ideas:
1. kindly কৃপা কৰি দয়া কৰি kasaodada kasaohi 2. atrocious barbarous bestial brutal cruel 3. inhuman অমানবীয় অমানুষিক অমানুষী মনুষ্যত্বহীন 4. benevolence clemency favor favour generosity



Meaning 2:(Proper Adj.) overly submissive or compliant; unable or unwilling to cause harm.
অতিশয় বিনয়ী বা বাধ্য; কাৰো কোনো অপকাৰ কৰিব নোৱৰা বা নকৰা।
Space to image of gentle




2006 - 2022 © Xobdo.org