Taptitapum

tapu (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-16
1. Vegetables(Common Noun) a kind of potato that tastes sweet এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]