yalunyam-dioscorea alta

yam (English) [ IPA: ˈjæm ASM: য়াম]
Contributed by: ৰূপকমল on 2007-03-06
1. Vegetables(Common Noun) a kind of potato that tastes sweet এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]

yam (Mising) [ Roman: yam]
Contributed by: Harshita Hazarika on 2022-11-09
2. (Verb-Trans.) to form a procession শোভাযাত্ৰাৰে আদৰি আনা
Mising: yam

Contributed by: Harshita Hazarika on 2022-11-09
3. (Verb-Trans.) to form a procession শোভাযাত্ৰাৰে আদৰি আনা
Mising: yam

yam (Dimasa) [ Roman: yum]
Contributed by: Anuj J Phonglosa on 2009-03-05
4. (Material Noun-Neuter) A mat prepared by thin strips of bamboo. বাঁহৰ কাঠীৰে বোৱা আসন ৷
English: mat,
Assamese: ঢাৰি, ঢৰা, পাটি,
Karbi: tar,
Dimasa: yam, yamsa,
Chakma: toloi,
Bangla: দরমা, ধারা,
Deori: আমচু

Sub Idea:

a. Material Noun-Neuter: মেৰঢৰা...