thekeretheklao-mikhri
thekkere (Karbi)
English: bright, intelligent, sharp, smart,
Assamese: আফৰী, খৰ্ব-নিখৰ্ব, খৰ্ব্ব-নিখৰ্ব্ব, চোকা, টপটলৌ, টামটিঙালি, তজবজীয়া, তীক্ষ্ণ, তীখৰ, প্ৰখৰ, বুধিয়ক, মতিমান, সৌনক,
Bodo: सोलो गोरा,
Mising: arda,
Meeteilon: loushing leiba,
Karbi: thekkere,
Bangla: উজ্জ্বল, প্রখর,
Tiwa: thranga,
Deori: চালাক, চুকা, তেঙৰ, ৰিমুগেবা,
b. Abstract Noun: intellect, intelligence, merit, sharpness, wisdom
c. Proper Adj.-Common: bright, meritorious, চোকা, মেধাৱী, गोजों
English: learned, scholar,
Assamese: আলিম, ওজা, কোবিদ, জনাবুজা লোক, জ্ঞানী, পঁড়িত, পণ্ডিত, বিজ্ঞ, বিদ্যাৱান, বিবুধ, সুশিক্ষিত,
Bodo: गोरों, फरायसा, रोंगौथि, सोलोंसा,
Mising: kinji:ne, pinnyo birne,
Meeteilon: maichou,
Karbi: thekkere,
Tai: চাৱ ম,
Rabha: mwtgiri,
Deori: নিজিমা, ব-নিজিয়া,
1. (Proper Adj.-Common) having a superior mind; having ability to resolve issues quickly.
অতি উচ্চ মানসিক ক্ষমতাৰ অধিকাৰী
অতি উচ্চ মানসিক ক্ষমতাৰ অধিকাৰী
Assamese: আফৰী, খৰ্ব-নিখৰ্ব, খৰ্ব্ব-নিখৰ্ব্ব, চোকা, টপটলৌ, টামটিঙালি, তজবজীয়া, তীক্ষ্ণ, তীখৰ, প্ৰখৰ, বুধিয়ক, মতিমান, সৌনক,
Bodo: सोलो गोरा,
Mising: arda,
Meeteilon: loushing leiba,
Karbi: thekkere,
Bangla: উজ্জ্বল, প্রখর,
Tiwa: thranga,
Deori: চালাক, চুকা, তেঙৰ, ৰিমুগেবা,
Related Ideas:
a. Proper Adj.-Common: dull, dumb, insipid, অনুজ্জ্বল, ভাঁকৰাb. Abstract Noun: intellect, intelligence, merit, sharpness, wisdom
c. Proper Adj.-Common: bright, meritorious, চোকা, মেধাৱী, गोजों
2. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal
যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |