sharpensharu

sharpness (English) [ IPA: [sharpness] ASM: চাৰ্পনেচ]
1. (Abstract Noun) the ability of an edge to cut কোনো দাঁতিৰ কাটিব পৰা গুণ

Contributed by: Bikram M Baruah on 2011-10-30
2. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|