रैथानेरोंगौथि गैयै

रोंगौथि (Bodo) [ Roman: rwng.gwo.thi]
Contributed by: Karishma Boro on 2023-03-29
1. (Abstract Noun) the ability of sb to carry out certain task by virtue of knowledge and practice নিজৰ জ্ঞান আৰু অভ্যাসৰ দ্বাৰা কোনো কাম কৰিব পৰা সামৰ্থ্য বা যোগ্যতা

Contributed by: Karishma Boro on 2023-06-20
2. (Abstract Noun-Neuter) Accomplishments that makes a person suitable for a position or purpose কোনো পদ বা কাৰ্য্যৰ বাবে যোগ্য বিবেচিত হ’বৰ কাৰণে প্ৰয়োজনীয় দক্ষতা

Contributed by: Satabdi Dutta on 2022-10-15
3. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |