অনুভূতিহীনতাঅনুভৱ কৰ্

অনুভৱ (Assamese) [ Roman: o.nu.bhob]
Contributed by: Biraj Kumar Kakati on 2009-05-23
1. (Abstract Noun) The accumulation of knowledge or skill that results from direct participation in events or activities. কোনো কাৰ্য্য অথবা ঘটনাৰ পৰা আহৰণ কৰা কৌশল তথা জ্ঞান ৷

Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-06
2. (Abstract Noun) the awareness of sth through the senses or the soul ইন্দ্ৰিয় বা আত্মাৰ দ্বাৰা কোনো বিষয়ে সজাগতা অৰ্জন

Contributed by: ৰূপকমল on 2006-08-06
3. (Abstract Noun-Neuter) Feeling in one's body, perceived through sensory organs ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা শাৰীৰিক চেতনা