অন্নঅন্নগত

অন্নকষ্ট (Assamese) [ Roman: on.no.kos.to]
Contributed by: Mousumi Konwar on 2023-01-10
Ref: সমাৰ্থ শব্দকোষ - ড° প্ৰফুল্ল কটকী
1. (Abstract Noun) a state of being short of food supplies resulting in mass hunger and malnutrition. খাদ্য-বস্তুৰ অভাৱৰ ফলত ব্যাপক হাৰত দেখা দিয়া পুষ্টিহীনতা আৰু ভোকাতুৰ অৱস্থা।