অবাধ্যতাঅবাব
অবান্তৰ (Assamese) [ Roman: o.ban.tor]
Contributed by: Bikram M Baruah on 2010-12-23
English: impractical, unpractical, unreal, unrealistic, wispish,
Assamese: অকাৰ্যকৰী, অকাৰ্য্যকৰ, অকাৰ্য্যকৰী, অবান্তৰ, অবাস্তৱ, অলীক, গাঁজাখুৰি,
Bodo: खामानियाव बाहाय जाथावै
Contributed by: Anjali Sonowal on 2009-03-02
English: impertinent, incongruous, irrelevant, non-contextual, quibble,
Assamese: অপ্ৰাসংগিক, অপ্ৰাসঙ্গিক, অবান্তৰ, অসংগত, অসংলগ্ন, আজে-বাজে, আবোল-তাবোল, ইজাল-বিজাল, বাংফেঙীয়া, বেহুদা, যা-তা, যি-তি, সংগতিবিহীন, সম্পৰ্কবিহীন, সম্পৰ্কৰহিত, সম্বন্ধহীন, সম্বন্ধৰহিত,
Bodo: बानजाथावै, सोमोनदो गैयै,
Mising: bengma,
Karbi: chephophe, chetonte,
Dimasa: grao haglai,
Tai: খাম্ পিক্, খাম্ পুঙ্
অবান্তৰ (Assamese) [ Roman: o.ban.tor]
Contributed by: Bikram M Baruah on 2010-12-23
1. (Proper Adj.-Neuter) Not compatible with reality or fact; unreasonably idealistic; practically not feasible; বাস্তৱৰ সৈতে খাপ নোখোৱা বা প্ৰকৃততে সম্ভৱ নোহোৱা
Assamese: অকাৰ্যকৰী, অকাৰ্য্যকৰ, অকাৰ্য্যকৰী, অবান্তৰ, অবাস্তৱ, অলীক, গাঁজাখুৰি,
Bodo: खामानियाव बाहाय जाथावै
Contributed by: Anjali Sonowal on 2009-03-02
2. (Proper Adj.) Not connected with the main subject. মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|